• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

2 years ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

13 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

32 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

50 minutes ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

2 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

2 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

5 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

8 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

8 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ...অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

editor by editor
January 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কেইদিনমানৰ অপেক্ষা৷ ২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাবে বাজেট পেছ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ আগন্তুক ১ ফেব্ৰুৱাৰীত পেছ কৰা হ’ব বাজেট৷ সমগ্ৰ দেশৰ নজৰ এতিয়া এই বাজেটক লৈয়ে৷ আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এইবাৰৰ বাজেটত অটল পেঞ্চন যোজনাৰ অধীনত পেঞ্চনৰ অংক দ্বিগুণ কৰা হ’ব৷ অৰ্থাৎ এই যোজনাৰ ৫ হাজাৰ টকাৰ পেঞ্চন বঢ়াই ১০ হাজাৰ টকা কৰা হ’ব৷ অৱশ্যে এই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই৷

সামাজিক সুৰক্ষা প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল অটন পেঞ্চন যোজনা প্ৰকল্প৷ এই প্ৰকল্পৰ অধীনত ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পোৱা যাব৷ এইবাৰৰ বাজেটত এই পেঞ্চনৰ অংক বৃদ্ধি কৰিব পাৰে কেন্দ্ৰই৷

সূত্ৰৰ খবৰ অনুসৰি অটন পেঞ্চন যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মাহিলী পেঞ্চনৰ অংক বঢ়োৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ এই স্কিমৰ অধীনত নূন্যতম ১০ হাজাৰ টকা পেঞ্চন নিশ্চিত কৰাৰ দিশেৰে সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে৷ এই অটল পেঞ্চন যোজনাৰ মাধ্যমেৰে সমাজত দৰিদ্ৰ প্ৰান্তিক মানুহৰ বাৰ্ধক্যত আৰ্থিক সহায়তা দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ মূলত অসংগঠিত কৰ্মীসকলৰ বাবে এই উদ্যোগ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা৷

২০১৫-১৬ৰ অৰ্থবৰ্ষত পেঞ্চন ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াৰ অধীনত এই স্কিম আৰম্ভ কৰা হৈছিল৷ ইয়াৰ মাধ্যমেৰে মাহিলী ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পোৱা যায়৷ এই অটল পেঞ্চন যোজনাৰ সকলোতকৈ ডাঙৰ ফিচাৰ্ছ হৈছে যদি এই স্কিমৰ গ্ৰাহকৰ মৃত্যু হয় তেতিয়া নমিনিয়ে জমা টকাৰ সম্পূৰ্ণ ধনেই লাভ কৰে৷ ১৮ৰ পৰা ৪০ বছৰ বয়সীয়া যি কোনো ব্যক্তিয়ে এই অটল পেঞ্চন যোজনাত বিনিয়োগ কৰিব পাৰিব৷ এই স্কিমত আবেদন কৰিবলৈ হ’লে আপোনাৰ নিজৰ বেংক একাউণ্ট থকা নিতান্তই প্ৰয়োজন৷ যি বেংকত আপোনাৰ ছেভিংছ একাউণ্ট আছে তাতেই আপুনি এই স্কিমৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

September 19, 2026
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
Next Post
সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

কি বাৰে পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

কি বাৰে পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.