• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

2 years ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

4 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

1 hour ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

2 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

3 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

5 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

6 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

7 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

8 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

8 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

8 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

9 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

editor by editor
January 24, 2025
in জীৱনশৈলী
0
সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বসন্ত পঞ্চমী৷ আমি সচৰাচৰ থলুৱাভাষাৰে কওঁ সৰস্বতী পূজা৷ জ্ঞান, সংগীত, শিল্পৰ দেৱীৰ আৰাধনাৰ দিন৷ শীতৰ সমাপন, বসন্তৰ আগমনত বাগদেৱীৰ পূজা কৰা হয়৷ আগন্তুক ২ ফেব্ৰুৱাৰী দেশজুৰি সৰস্বতী পূজা পালন কৰা হ’ব৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি এই দিনটোত কেইবাটাও ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তনে দেখা দিব পাৰে৷ জানি থওক বসন্ত পঞ্চমীৰ পৰা কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি

বসন্ত পঞ্চমী মেষ ৰাশিৰ জাতকৰ বাবে এটি শুভ দিন৷ এই দিনটো মানসিক শান্তিত কটাব৷ কৰ্মজীৱনত উন্নতিৰ সম্ভাৱনা আছে৷ কামৰ প্ৰচেষ্টাত সফল হ’ব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ বিশেষকৈ ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে৷ হঠাৎ সাফল্য লাভ কৰিব৷ এই সময়ত সামাজিক অৱস্থান শক্তিশালী হ’ব আপোনাৰ৷

বৃশ্চিক ৰাশি

বসন্ত পঞ্চমীৰ দিনটো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে খুব ভাল দিন৷ এই দিনটোত আপুনি কামৰ নতুন সুযোগ পাব৷ পেছাগত জীৱনত সাফল্য আহিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ লক্ষণ আছে৷ আৰ্থিক সুবিধা লাভ কৰিব৷ সম্পৰ্কতো উন্নতিৰ যোগ৷ পুৰণি বিবাদ দূৰ হ’ব৷ মানসিক শান্তি আৰু আত্মবিশ্বাস বাঢ়িব পাৰে৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ বাবে বসন্ত পঞ্চমীৰ দিনটো বিশেষ৷ এই দিনটোৰ পৰাই সাফল্যৰ দিন আৰম্ভ হ’ব৷ বিশেষকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই দিনটো শুভ৷ ঘৰত সুখৰ পৰিবেশ থাকিব৷ আৰু পাৰিবাৰিক সম্পৰ্ক আৰু দৃঢ় হ’ব৷ মানসিক আৰু শাৰীৰিকভাৱে খুব শক্তিশালী অনুভৱ কৰিব৷

মকৰ ৰাশি

বসন্ত পঞ্চমীৰ দিনটো মকৰ ৰাশিৰ জাতকৰ বাবে সৌভাগ্য উদয় হোৱাৰ দিন৷ আৰ্থিক বিনিয়োগৰ পৰা লাভ হ’ব৷ দ্ৰুত লাভ পাব পাৰে৷ আত্মবিশ্বাস বাঢ়িব৷ মানসিক শান্তি পাব৷

মীন ৰাশি

বসন্ত পঞ্চমীৰ দিনটো মীন ৰাশিৰ জাতকৰ বাবে ইতিবাচক হ’ব৷ আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব পাৰে৷ পুৰণি সমস্যা দূৰ হ’ব৷ এই দিনটো পাৰিবাৰিক জীৱনৰ বাবেও ভাল হ’ব আৰু সম্পৰ্কত উন্নতি দেখিব৷ বিশেষকৈ আপুনি যদি শিক্ষা আৰু চাকৰি বা ব্যৱসায় ক্ষেত্ৰত কোনো পৰিবৰ্তন বিচাৰে তেন্তে এই সময় আপোনাৰ বাবে খুবেই শুভ৷

(disclaimer- প্ৰিয় পাঠক, আমাৰ খবৰ পঢ়াৰ বাবে আপোনাক ধন্যবাদ৷ ওপৰৰ বিষয়সমূহ আপুনি মানিবই লাগিব বুলি কোনো কথা নাই৷ কোনো সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে অসম লাইভ ২৪ ইয়াৰ বাবে দায়ী নহয়৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক
জীৱনশৈলী

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

September 18, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
Next Post
কি বাৰে পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

কি বাৰে পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.