• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

2 years ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

6 minutes ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

1 hour ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

2 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

3 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

4 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

5 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

6 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

7 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

15 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি

editor by editor
January 24, 2025
in বিবিধ, বিশ্ব, শিক্ষা
0
পৃথিৱীৰ কোন দেশত এখনো নদী নাই? উত্তৰ জানিলে চমকি উঠিব আপুনি
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ কোন দেশত এখনো নদী নাই? সাধাৰণ প্ৰশ্ন অথচ বহুতেই নাজানে ইয়াৰ উত্তৰ৷ আপোনালোকে জানিলে অবাক হ’ব যে পৃথিৱীৰ এখনো নদী নথকা দেশখন আমাৰ দেশৰ নিচেই কাষত অৱস্থিত৷ এই দেশত বৃষ্টিপাতো খুবেই কম হয়৷ সেই দেশ বিশ্বৰ অন্যতম এখন ধনী দেশো৷

সেই দেশৰ নাম হৈছে ছৌদী আৰৱ৷ ছৌদী আৰৱত এখনো নদী বা হ্ৰদ নাই৷ ছৌদী আৰৱত বেছিভাগ অংশই ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল৷ দেশৰ জিডিপিৰ এটা বৃহৎ অংশ খৰচ হয় কেৱল পানীৰ নামতেই৷

ছৌদী আৰৱত নদী নাথাকিলেও দেশখন দুখন সাগৰেৰে পৰিবেষ্টিত৷ ইয়াৰ পশ্চিমত আছে লোহিত সাগৰ আৰু পূৰ্বে আচে পাৰস্য উপসাগৰ৷ এই দুখন সমুদ্ৰই ছৌদী আৰৱৰ বাবে বাণিজ্যিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নদী নথকাৰ বাবে ছৌদী আৰৱত এতিয়াও কূপৰ ব্যৱহাৰ দেখা যায়৷ ছৌদীৰ ভূগৰ্ভস্থ জলস্তৰো প্ৰায় শেষ হোৱাৰ দিশে৷ সেয়ে সাগৰৰ পানী কেনেকৈ পানযোগ্য কৰিব পাৰি তাৰ চেষ্টাহে অব্যাহত ৰাখিছে ছৌদী চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
গুণা গঁথা শেষ…গোলাঘাটৰ মানস বৰুৱাৰ কইনা হ’বলৈ সাজু শ্যামন্তিকা শৰ্মা

গুণা গঁথা শেষ…গোলাঘাটৰ মানস বৰুৱাৰ কইনা হ’বলৈ সাজু শ্যামন্তিকা শৰ্মা

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.