• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

1 year ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

23 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

59 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

2 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

4 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

6 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

editor by editor
January 28, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে
0
SHARES
548
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

ক্ৰিকেটৰ ভগৱান , অথৱা গড অৱ ক্ৰিকেট খ্যাত শচীন তেণ্ডুলকাৰৰ সমান ৰেকৰ্ড হয়তো আজি পৰ্যন্ত কোনো ক্ৰিকেটাৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই। পাছে এনে এক সন্মান তথা বঁটা আছে ক্ৰিকেটৰ জগতত যি, বঁটা পাবলৈ বিফল হৈছে শচীন। কিন্তু সেই বঁটাৰে সন্মানিত হৈছে দ্ৰাবিড়-কোহলী হঁতে। বুমৰাহো এইবাৰ সেই একে দলতে।

হয়, ইয়াত আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটাৰ কথাই কোৱা হৈছে। যি বঁটা পাবলৈ সক্ষম নহয় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। কিন্তু তাৰ বিপৰীতে বিৰাট কোহলী, বিৰেন্দৰ ছেহৱাগ, ৰাহল দ্ৰাবিড়, লগতে এইবাৰ ২০২৪ৰ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে জশপ্ৰীত বুমৰাহে।

আই চি চিৰ বৰ্ষশ্ৰেষ্ঠৰ তালিকাত ভাৰতীয় খেলুৱৈয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে। আই চি চিৰ ফালৰ পৰা দিয়া বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সকলৰ সন্মানৰ ভিতৰত সবাতোকৈ ডাঙৰ সন্মান হৈছে- বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ, তাৰ পাছতে – একেলগে আছে- বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ, বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ, বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ।

২০২৪ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠৰ সন্মানৰ ভিতৰত টেষ্টত বুমৰাহ আৰু টি-২০ত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে অৰ্শ্বদীপে। কেৱল এদিনীয়া সন্মান আজুৰি নিয়ে আফগানিস্তানে। কেৱল সিমানেই নহয় মহিলাৰ ক্ষেত্ৰতো আই চি চিৰ এদিনীয়াৰ বৰ্ষশ্ৰেষ্ঠ হিচাপে পৰিগণিত হয় স্মৃতি মান্দানা। এতিয়া কেৱল অপেক্ষা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মানৰ বাবে।

বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মানৰ ক্ষেত্ৰতো ভাৰত আগবঢ়া। এতিয়ালৈকে ৫ গৰাকী ভাৰতীয় খেলুৱৈলে ৬ বাৰ লাভ কৰিছে বৰ্ষশ্ৰেষ্ঠ বঁটা। এই ক্ষেত্ৰত বিৰাট কোহলীয়ে একমাত্ৰ খেলুৱৈ যিয়ে দুবাৰকৈ লাভ কৰিছে বৰ্ষশ্ৰেষ্ঠ সন্মান।

এই বৰ্ষশ্ৰেষ্ঠ বঁটা লাভ কৰা ভাৰতীয় খেলুৱৈ সকল হৈছে- ৰাহুল দ্ৰাবিড় (২০০৪), শচীন তেণ্ডুলকাৰ(২০১০), ৰবিচন্দ্ৰন অশ্বিন (২০১৬), বিৰাট কোহলী (২০১৭,২০১৮)। উল্লেখ্য যে, ২০১০ চনত ক্ৰিকেটাৰ অৱ দা ইয়েৰ তথা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ দৌৰত আছিল কেৱল ভাৰতীয় খেলুৱৈয়ে। শচীনৰ লগতে আছিল এম এচ ধোনী আৰু বীৰেন্দৰ ছেহৱাগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricketer Of The yearICC Best CricketerJashprit Boomrahsachin tendulkarvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

July 28, 2026
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

July 28, 2026
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ
বাণিজ্য

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

July 28, 2026
Next Post
শনিৰ ৰাশিত চন্দ্ৰৰ ট্ৰেনজিট, ৩টা ৰাশিয়ে লাভ কৰিব ভাল খবৰ, দূৰ হ’ব মানসিক চাপ

শনিৰ ৰাশিত চন্দ্ৰৰ ট্ৰেনজিট, ৩টা ৰাশিয়ে লাভ কৰিব ভাল খবৰ, দূৰ হ'ব মানসিক চাপ

শোকাৱহ, কাঠৰ মঞ্চ ভাঙি পৰি অকাল মৃত্যক সাৱটিলে ৭ গৰাকীয়ে, ৮০ৰো অধিক আহত

শোকাৱহ, কাঠৰ মঞ্চ ভাঙি পৰি অকাল মৃত্যক সাৱটিলে ৭ গৰাকীয়ে, ৮০ৰো অধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.