• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

2 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

1 hour ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

2 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

4 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

4 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

5 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

5 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

6 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

6 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

6 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

8 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

9 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

editor by editor
February 1, 2025
in জীৱনশৈলী
0
২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাস্ত্ৰ অনুসৰি ২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত অৱস্থান কৰে মা সৰস্বতীয়ে৷ এই সময়ত আমি যিয়েই নকওঁ কিয় সেয়া সঁচা হৈ পৰে৷ জ্ঞান, বিদ্যাচৰ্চা, সংগীচ আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা সৰস্বতী৷ তেওঁৰ আশীৰ্বাদতেই আমাৰ জ্ঞান আৰু বুদ্ধি বাঢ়ে৷ দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিলে নিজৰ কামত উন্নতি কৰিব পাৰে আৰু কেৰিয়াৰত সাফল্য লাভ কৰা সহজ হয়৷ যিসকলৰ জীৱনত মা সৰস্বতীৰ আশীৰ্বাদ থাকে তেওঁলোকে জীৱনত উন্নতিৰ শিখৰত উপস্থিত হয়৷

সৰস্বতী পূজাৰ দিনক্ষণ

কাইলৈ ২ ফেব্ৰুৱাৰী দেওবাৰে পুৱা ৯বাজি ১৪ মিনিটত পঞ্চমী পৰিছে৷ ৩ ফেব্ৰুৱাৰী সোমবাৰে পুৱা ৬ বাজি ৫২ মিনিট পৰ্যন্ত পঞ্চমী থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা ষষ্ঠী তিথি পৰিব৷ উদয়া তিথি অনুসৰি ৩ ফেব্ৰুৱাৰী হৈছে বসন্ত পঞ্চমী৷ কিন্তু সেইদিনা যিহেতু খুব সোনকালেই পঞ্চমী এৰিব সেয়ে ২ নে ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা কৰিব সেই বিষয়ক লৈ চিন্তাত পৰিছে বহুজনেই৷ পঞ্জিকা অনুসৰি দিনৰ ১২ বাজি ৩৪ মিনিটত পঞ্চমী পৰিছে৷ সোমবাৰে ৯ বাজি ৫৯ মিনিটত পঞ্চমী এৰিব৷ পুৱা পঞ্চমী এৰি গ’লেও বসন্ত পঞ্চমী তিথি যিহেতু ৩ ফেব্ৰুৱাৰীত সেয়ে সেই দিনাই পূজা কৰাৰ পৰামৰ্শ দিছে জ্যোতিষবিদে৷

জিভাত অৱস্থান দেৱী সৰস্বতীৰ

শাস্ত্ৰ অনুসৰি দিনটোত এবাৰ হ’লেও আমাৰ জিভাত মা সৰস্বতীয়ে অধিষ্ঠান কৰে৷ সেই সময়তেই আমি কোৱা সকলো কথাই নিশ্চিতভাৱে সত্য হয়৷ জানি থওক দিনৰ কোন সময়ত আমাৰ জিভাত মা সৰস্বতীৰ বাস৷

ব্ৰাহ্ম মুহূৰ্ত

হিন্দুধৰ্ম অনুসৰি ব্ৰাহ্ম মুহূৰ্ত হৈছে দিনৰ সকলোতকৈ শুভ সময়৷ পুৱতি নিশা ৩ বজাৰ পাছত সূৰ্যোদয় নোহোৱা পৰ্যন্ত এই সময়েই হৈছে ব্ৰাহ্ম মুহূৰ্ত৷ মুটামুটি নিশা ৩ বজাৰ পৰা পুৱা ৪বাজি ৩০ মিনিট পৰ্যন্ত এই সময়ক ব্ৰাহ্ম মুহূৰ্ত বুলি কোৱা হয়৷ এই সময়তেই মা সৰস্বতীয়ে আমাৰ জিভাত অৱস্থান কৰে বুলি শাস্ত্ৰ অনুসৰি ধাৰণা কৰা হয়৷ এই সময়ত কোৱা প্ৰতিটো শব্দই সঁচা হয় বুলি প্ৰচলিত বিশ্বাস৷

ঘৰৰ প্ৰবীণসকলে কয় যে এই সময়ত তিক্ত বা ৰূঢ় কথা ক’ব নালাগে৷ বিশেষকৈ পুৱা কেতিয়াও বেয়া কথা ক’ব নালাগে৷ কাৰণ এই সময়ত যদি মা সৰস্বতীয়ে আমাৰ জিভাত অৱস্থান কৰে তেন্তে সেই কথা সঁচা হ’লে অন্যৰ লগতে আমাৰ নিজৰো ক্ষতি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
Next Post
এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.