• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ

দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ

2 years ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

20 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

53 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

12 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

13 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

13 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

15 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

16 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

18 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ

দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ

editor by editor
February 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মক্ষমতা বজায় ৰাখিবলৈ হওক বা কিংবা যৌনজীৱনৰ সুস্থতা, পুৰুষসকলৰ টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ যথাযথ হোৱাৰ প্ৰয়োজন৷ পুৰুষৰ শৰীৰত শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে টেষ্টোষ্টেৰণ হৰমন এক জৰুৰী উপাদান৷ বয়স বঢ়াৰ লগতে অনিয়ন্ত্ৰিত জীৱনযাপন, অতিৰিক্ত ধূমপানসহ আৰু নানান কাৰণত এই টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা কমি যায়৷ যাৰবাবে বহুতেই ঔষধ কিংবা ইনজেকছনৰ সাহায্য লয়৷ কিন্তু বিশেষজ্ঞসকলৰ মতে প্ৰাকৃতিক উপায়েৰে শৰীৰত এই হৰমনৰ ক্ষৰণ বঢ়োৱা সম্ভৱ৷ জানি থওক টেষ্টোষ্টেৰন হৰমন বঢ়োৱাৰ ৬ উপায়৷

১. টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ ঠিক ৰখাৰ বাবে সুষম খাদ্যভাষ জৰুৰী৷ কিছু নিৰ্দিষ্ট খাদ্যই টেষ্টোষ্টেৰণৰ ক্ষৰণ বঢ়াই বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত৷ যাৰ ভিতৰত আছে আদা আৰু বেদানা৷ এই দুবিধ খাদ্যই টেষ্টোষ্টেৰণৰ মাত্ৰা বঢ়াব পাৰে৷

২. যি কোনো ধৰণৰ শৰীৰচৰ্চা তেজত টেষ্টোষ্টেৰণ বঢ়াত সহায়ক৷ নিৰ্দিষ্ট কিছু ব্যায়াম যেনে স্কোৱাট, ডেডলিফট, বেঞ্চ প্ৰেছ, পুছ আপ বেছি উপকাৰী৷

৩. ওজন নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ শৰীৰত মেদ জমা হ’লে পুৰুষৰ টেষ্টোষ্টেৰণৰ ক্ষৰণ কমি যায়৷ সেয়ে ওজন কমাই শৰীৰ স্লিম কৰি ৰাখিলে এই হৰমণৰ ক্ষৰণ বাঢ়িব পাৰে৷

৪. ভিটামিন ডিৰ অভাৱত টেষ্টোষ্টেৰণৰ ক্ষৰণ কমি যাব পাৰে৷ ৰ’দত সময় কটালে শৰীৰত ভিটামিন ডিৰ অভাৱ পূৰণ হয়৷ ইয়াৰসৈতে ভিটামিন ডি যুক্ত খাদ্য আৰু চিকিৎসকৰ পৰামৰ্শত ছাপ্লিমেণ্ট খাব পাৰে৷ ইয়াৰসৈতে জিংক আৰু মেগনেছিয়ামযুক্ত খাদ্যও ডায়েটত ৰাখিব পাৰে৷

৫. মানসিক চাপ বাঢ়িলে টেষ্টোষ্টেৰণৰ ক্ষৰণ কমি যাব পাৰে৷ সেয়ে মন মুক্ত কৰি ৰখা জৰুৰী৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লওক৷ মেডিটেছন কৰিলেও উপকাৰ পাব৷ ইয়াৰ সৈতে পৰ্যাপ্ত টোপনি হোৱাটোও জৰুৰী৷

৬. মদ্যপান আৰু ধূমপান কমাওক৷ বেছি মদ্যপান কৰিলেও টেষ্টোষ্টেৰণৰ ক্ষৰণ কৰি যায়৷ ধূমপানত ক্ষতি আৰু বেছি৷ ফলত যৌনজীৱন সুখকৰ ৰাখিবলৈ এই দুটা নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
Next Post
গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.