• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

6 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

7 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

8 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

9 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

9 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

10 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

12 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

12 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

13 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

নভৱাকৈয়ে বয়স বাঢ়ে...!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

editor by editor
February 7, 2025
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ ওপজা দিন৷ ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মলাভ কৰা দীপলিনা এতিয়া নতুন প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় কণ্ঠশিল্পী৷ দীপলিনাৰ গীত, দীপলিনাৰ অভিনয় তথা দীপলিনাক এবাৰ কাষৰ পৰা লগ পোৱাৰ সপোন প্ৰায় প্ৰতিজন যুৱপজন্মৰ মনতেই আছে৷ মৰমৰ দীপলিনা ৩৩ বছৰীয়া হ’ল৷ ৩৩ বছৰীয়া ওপজা দিনটোতেই দীপলিনাই শ্বেয়াৰ কৰিলে জীৱনৰ এক উল্লেখযোগ্য কাহিনী৷ কাহানিও নিজকে খুলি নিদিয়া দীপলিনাই সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে জনালে ব্যক্তিগত কিছু কথা৷ জনতাৰ পৰা বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতাও৷

ওপজা দিনত দীপলিনাই লিখিছে, ‘প্ৰথমবাৰ জন্মদিনত কোনো গীতৰ মুক্তি…প্ৰথমবাৰ জন্মদিনত কৰ্ম…প্ৰথমবোৰ বিশেষ, প্ৰথমবোৰ স্নিগ্ধ।This will be the first birthday release. This is the first time I will be working on my birthday. Firsts are special. Firsts are satisfying. Hopeful for a wholesome day tomorrow. আশীৰ্বাদ আৰু সহযোগিতাৰ প্ৰয়োজন। ভালে থাকক সকলো 🫶 See you all tomorrow in Radisson Blue Hotel for the official Music Video launch in Youtube. Stay tuned to my channel 🫶’

উল্লেখ্য যে দীপলিনা ডেকাৰ জন্ম হৈছিল  ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা৷ তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ, তেওঁৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে৷ পঢ়ি থকা সময়ৰে পৰা নৃত্য, সংগীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷ শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

ধনিষ্ঠা নক্ষত্ৰলৈ আহিছে সূৰ্য, দু’সপ্তাহ ধৰি সৌভাগ্য উজলি থাকিব ৪ ৰাশিৰ ভাগ্যত

কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

কেৱল ৰঙা গোলাপেই প্ৰেমৰ কথা নুবুজায়, ভাললগা ব্যক্তিগৰাকীক দিয়ক এই ৰঙৰ গোলাপ, সুখী হ’ব নিসন্দেহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.