• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

2 years ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

15 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

57 minutes ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

1 hour ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

3 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

6 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

15 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

editor by editor
February 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শুকুৰবাৰে কয় যে আমেৰিকাই ভাৰতক অৱগত কৰিছে যে, আমেৰিকাৰ ফালৰ পৰা চূড়ান্ত কৰা হৈছে অবৈধ ভাৰতীয় প্ৰবাসীৰ তালিকা। দেশ খনৰ পৰা বৰ্তমানে অনুমানিক ৪৮৭ জন ভাৰতীয় নাগৰিকক আঁতৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। যি বিষয়ে ভাৰতক অৱগতো কৰা হৈছে।

বৈদেশিক সচিবগৰাকীয়ে এক সংবাদ মেলৰ জৰিয়তে সদৰি কৰে এই বিষয়ে। লগতে ইয়াকো কয় যে, ভাৰত চৰকাৰে অবৈধ অনুপ্রৱেশকাৰী বুলি ধৰা পৰা ভাৰতীয়সকলক নিৰাপদে ঘূৰি অহাৰ সুবিধাৰ বাবে ট্রাম্প প্রশাসনৰ সৈতে যোগাযোগত আছে৷

বিতাড়িত লোকৰ লগত দুৰ্ব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত মিশ্ৰীয়ে ইয়াক “বৈধ চিন্তা” বুলি অভিহিত কৰি কয় যে ভাৰত চৰকাৰে এই বিষয়টো আমেৰিকা কৰ্তৃপক্ষৰ আগত উত্থাপন কৰিব।

ইফালে, শুকুৰবাৰে নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰে যে অহা সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaIllegal Indiansindians
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
Next Post
১৪ মে’ত দেৱগুৰুৰ ট্ৰেনজিট আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

১৪ মে'ত দেৱগুৰুৰ ট্ৰেনজিট আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…

একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.