‘দিল্লীৰ ছাৰ্বিক উন্নয়ন আৰু দিল্লীবাসীৰ জীৱনযাত্ৰাৰ উন্নতিৰ বাবে কৰা চেষ্টাত কোনো ত্ৰুটি নাৰাখিব৷’
‘এয়াই আমাৰ গেৰাণ্টি৷
উন্নত ভাৰত গঠনত দিল্লীয়ে যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া আমি নিশ্চিত কৰিম৷’
দিল্লী জয়ৰ পাছতেই এই পোষ্ট প্ৰধানমন্ত্ৰী মোদীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















