• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

1 year ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

12 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

1 hour ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

3 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

4 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

6 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

7 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

editor by editor
February 14, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে
0
SHARES
699
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফী- পূৰ্বৰ তুলনাত ৫৩ গুণ বৃদ্ধি এইবাৰৰ পুৰস্কাৰৰ ধন, কিমান টকা পাব বিজয়ী দলে

এইবাৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব লগা চেম্পিয়নছ ট্ৰফীৰ বিজয়ী দলটোৰ ওপৰত ধনৰ বৰষুণ হ’ব। আজি শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে চলিত ছিজনৰ পুৰস্কাৰৰ ধন ঘোষণা কৰে। এইবাৰ চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন ২০১৭ চনত অনুষ্ঠিত হোৱা শেষ সংস্কৰণতকৈ ৫৩ গুণ অধিক।

এইবাৰ আইচিচিয়ে ঘোষণা কৰিছে মুঠ পুৰস্কাৰ ধন ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা)।
ইয়াৰে বিজয়ীয়ে লাভ কৰিব ২২.৪ মিলিয়ন ডলাৰ (প্ৰায় ২০ কোটি টকা)।
ৰানাৰ্ছ আপে আধা ধন অৰ্থাৎ ১১ লাখ ২০ হাজাৰ ডলাৰ (৯.৭২ কোটি টকা) লাভ কৰিব।
ছেমি ফাইনেলত পৰাস্ত হোৱা দলসমূহে লাভ কৰিব ৫ লাখ ৬০ হাজাৰ ডলাৰ (৪.৮৬ কোটি টকা)।
কেৱল এয়াই নহয়, প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আঠটা দলেই ১,২৫,০০০ ডলাৰ লাভ কৰিব।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ পূৰ্বে আইচিচিৰ সভাপতি জয় শ্বাহে এক বিবৃতিত কয় যে, ‘এই পুৰস্কাৰৰ ধনে আইচিচিৰ খেলখনত বিনিয়োগ আৰু আমাৰ প্ৰতিযোগিতাসমূহৰ বিশ্বব্যাপী সুনাম বজাই ৰখাৰ প্ৰতিশ্ৰুতি দেখুৱাইছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyChampions Trophy 2025cricketCricket Tournament
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
Next Post
১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম

১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ'ব সকলো কাম

অতিকে শোকাৱহ, ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১১ গৰাকী লোকে

অতিকে শোকাৱহ, ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১১ গৰাকী লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.