• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম

১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম

2 years ago
ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

19 minutes ago
মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

48 minutes ago
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

3 hours ago
কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

3 hours ago
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

4 hours ago
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

5 hours ago
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

13 hours ago
আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

13 hours ago
ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

13 hours ago
যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

14 hours ago
ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম

editor by editor
February 14, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ এপ্ৰিলৰ পৰা ভাগ্য খোল খাব ৩ ৰাশিৰ, শুক্ৰৰ প্ৰত্যক্ষ গতিৰ ফলত সফল হ’ব সকলো কাম

জ্যোতিষত শুক্ৰ গ্ৰহৰ বিশেষ তাৎপৰ্য আছে, যিটো ধন, শিল্প, সৌন্দৰ্য্য, ধন, সংগীত, ভৱিষ্যৎ, প্ৰেম আৰু কামনা আদিৰ কাৰণ গ্ৰহ বুলি গণ্য কৰা হয়। ভগৱান শুক্ৰই নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তন কৰে। বৈদিক পঞ্জিকা অনুসৰি ২০২৫ চনৰ ১৩ এপ্ৰিলৰ পুৱা ৬:৩১ বজাত শুক্ৰ গ্ৰহ প্ৰত্যক্ষ গতিৰে গতি কৰিব।

যেতিয়াই ভগৱান শুক্ৰ প্ৰত্যক্ষ হয় তেতিয়াই ইয়াৰ শুভ প্ৰভাৱ ১২ ৰাশিৰ জীৱনত পৰে। ইয়াৰ উপৰি বিশেষভাৱে উপকৃত হয় ৩ ৰাশিৰ লোক।

কৰ্কট ৰাশি
শুক্ৰ ট্ৰেনজিটৰ সময়ত কৰ্কট ৰাশিৰ লোকে নিজৰ সম্পৰ্কৰ উন্নতি দেখিব। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বাঢ়িব আৰু মতানৈক্য নাইকিয়া হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব, যাৰ বাবে এইবাৰ পৰীক্ষাত ভাল নম্বৰ পাব। ধৰ্ম আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি বয়োজ্যেষ্ঠসকলৰ আগ্ৰহ বাঢ়িব, যাৰ ফলত তেওঁলোকৰ মানসিক শান্তি হ’ব। ব্যৱসায়ী আৰু দোকানীসকলৰ বাবে অৰ্থনৈতিক অগ্ৰগতি হ’ব, যাৰ বাবে তেওঁলোকে ঋণ সহজে পৰিশোধ কৰিব পাৰিব।

ধনু ৰাশি
ধনু ৰাশিৰ লোকে শুক্ৰ ট্ৰেনজিটৰ সময়ত নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে। বিশেষকৈ শিল্প আৰু স্বাস্থ্য খণ্ডৰ লগত জড়িত লোক সমাজত বিখ্যাত হ’ব। বিবাহিত আৰু অবিবাহিত দম্পতীৰ প্ৰেম জীৱনত নতুন শক্তি আৰু সুখৰ সৃষ্টি হ’ব। টকাৰ নাটনিৰ পৰা সকাহ পাব দোকানী আৰু ব্যৱসায়ীসকলে। আৰ্থিক লাভৰ বাবেই নিয়োজিত লোকসকলে অতি সোনকালে বন্ধু-বান্ধৱীৰ ধন ঘূৰাই দিব পাৰিব। হোলীৰ পূৰ্বে বৃদ্ধ সকলৰ স্বাস্থ্য ভাল হব।

মকৰ ৰাশি
মকৰ ৰাশিৰ লোকে শুক্ৰ ৰেট্ৰ’গ্ৰেডৰ সময়ত যোগাযোগৰ দক্ষতাৰ উন্নতি দেখা পাব। তেওঁলোকৰ সম্পৰ্ক ভাল হ’ব আৰু ঘৰত চলি থকা বিবাদ নাইকিয়া হ’ব। স্বাস্থ্য স্বাভাৱিক হ’ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা কিছু সকাহ পাব। ব্যৱসায়ীসকলৰ কাম সম্প্ৰসাৰিত হ’ব, যাৰ ফলত তেওঁলোকৰ লাভো বৃদ্ধি পাব। অনাগত দিনত দোকানীসকলৰ বিক্ৰী দুগুণ হ’ব পাৰে। যিসকল লোকৰ বয়স ৫০ বছৰৰ অধিক, তেওঁলোকৰ ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু তেওঁলোকৰ মন সুখী হৈ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyRashirashifalSukra Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?
ভাৰত

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

November 21, 2026
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫
উত্তৰ-পূব

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

November 21, 2026
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা
বিশ্ব

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

November 21, 2026
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ
বিশ্ব

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

November 21, 2026
Next Post
অতিকে শোকাৱহ, ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১১ গৰাকী লোকে

অতিকে শোকাৱহ, ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১১ গৰাকী লোকে

অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

অসুস্থ পোপ ফ্ৰান্সিছ, বিশ্বৰ অন্যতম ধৰ্মীয় নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.