• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

2 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

2 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

3 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

4 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

5 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

5 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

6 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

7 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

7 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

8 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

8 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক! ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহ কৌতুহলী জীৱ৷ এই পৃথিৱীত মানুহৰ কৌতূহলৰ শেষ নাই৷ মানুহৰ কৌতূহল এটা বিষয়ক লৈ সকলোতকৈ বেছি, সেয়া হৈছে, কেতিয়া ধ্বংস হ’ব পৃথিৱী? আকৌ আহিছে পৃথিৱী ধ্বংসৰ খবৰ! নাছাই এটা গ্ৰহাণু চিনাক্ত কৰিছে যিয়ে ২২ ডিচেম্বৰ ২০৩২ত পৃথিৱীত আঘাত কৰাৰ সম্ভাৱনা ৩.১ শতাংশ৷ বিশেষজ্ঞই আশ্বস্ত কৰিছে যে আতংকৰ কোনো কাৰণ নাই, কাৰণ বিশ্বব্যাপী মহাকাশ সংস্থাসমূহে এই বিশেষ গ্ৰহাণুটোৰ গতিবিধি পৰ্যবেক্ষণ কৰি আছে৷

২০২৪ YR4 নামৰ গ্ৰহাণুটো প্ৰথমে ২৭ ডিচেম্বৰ, ২০২৩ তাৰিখে চিলিৰ এল চছ অৱজাৰভেটৰিৰ দ্বাৰা চিনাক্ত কৰা হৈছিল৷ নাছাৰ অনুমান যে ইয়াৰ আকাৰ ১৩০ৰ পৰা ৩০০ ফুট প্ৰস্থৰ মাজত৷ যদিও ইয়াৰ গঠন স্বাভাৱিক বুলি ধাৰণা কৰা হৈছে তথাপিও বেগ প্ৰতি ঘণ্টাত প্ৰায় ৪০,০০০ মাইল৷  পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে এই গ্ৰহাণুটো ধ্বংসৰ কাৰণ হৈ উঠিব পাৰে৷

গৱেষণা অনুসৰি ৱাই আৰ ৪ৰ ৰিস্ক, দক্ষিণ আমেৰিকাৰ পৰা আৰম্ভ কৰি প্ৰশান্ত মহাসাগৰ, দক্ষিণ এছিয়া, আৰৱ সাগৰ আৰু আফ্ৰিকা জুৰি প্ৰসাৰিত৷ ভাৰত, পাকিস্তান, বাংলাদেশ, ভেনিজুৱেলা, কলম্বিয়া, ইকুয়েডৰ, ইথিওপিয়া, ছুডান আৰু নাইজেৰিয়াত ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷

বিজ্ঞানীয়ে জনাইছে যে ৯৭ শতাংশ সম্ভাৱনা আছে যে এই গ্ৰহাণুৱে পৃথিৱীৰ কাষেৰে নিৰাপদে পাৰ হৈ যাব৷ তেতিয়া ৩শতাংশহে পৃথিৱীৰ লোকচান হ’ব৷ বিজ্ঞানী ব্ৰুছ বেটছে উল্লেখ কৰিছে যে এয়া প্ৰায় ৮ মেগাটন TNT শক্তি লৈ মাজ আকাশত বিস্ফোৰিত হ’ব পাৰে৷ ইয়াৰ শক্তি হিৰোছিমা বোমাতকৈ ৫০০গুণ বেছি৷ নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপে ২০২৪ৰ মাৰ্চ মাহৰ পৰাই ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰি আছে৷ কাৰণ গ্ৰহাণুটো বৰ্তমান বৃহস্পতিৰ দিশে গতি কৰিছে৷ যি ২০২৮লৈকে কোনো কাৰণতে পৃথিৱীৰ কাষলৈ নাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

মানসিক স্বাস্থ্য সুস্থ ৰাখিবলৈ এই সংস্থাই আৰম্ভ কৰিছে, ‘কৰ্মচাৰীৰ বাবে স্বমেহন বিৰতি’ কোন সংস্থাই আৰম্ভ কৰিছে এই নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.