• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

2 years ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

52 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

3 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

editor by editor
March 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

জাপানে পুনৰবাৰ নিজৰ অনন্য আৱিষ্কাৰেৰে বিশ্বক আচৰিত কৰি তুলিছে। এইবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে জাপানৰ এখন অতি সৰু উদ্যানে। যিখন উদ্যানক বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়া হৈছে।

এটা সময়ত কেৱল এজন লোকে যাব পৰা এই উদ্যানখনৰ বিষয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে নিজৰ ইউটিউব চেনেলত ভিডিঅ’ আপলোড কৰিছে। বিশ্বৰ আটাইতকৈ সৰু উদ্যানখনৰ আকাৰ মাত্ৰ ০.২৪ বৰ্গমিটাৰ, যিখন জাপানত অৱস্থিত।

জাপানৰ টকিঅ’ চহৰত অৱস্থিত এই উদ্যানখনৰ আকাৰ মাত্ৰ কেইচেণ্টিমিটাৰমান। কিন্তু আকাৰত সৰু হোৱাৰ পিছতো পৰ্যটক আৰু স্থানীয় লোকৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দলটোৱে এই উদ্যানখন পৰিদৰ্শন কৰি বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰে। এই উদ্যানখনৰ এলেকা ইমানেই সৰু যে ইয়াত মাত্ৰ এজোপা সৰু গছ আৰু কিছু ঘাঁহ আছে, লগতে এজন লোকে বহিব পৰা এক আসন।

ইয়াৰ পূৰ্বে এই অভিলেখ আমেৰিকাৰ অৰেগনত অৱস্থিত ‘মিল এণ্ডছ পাৰ্ক’ৰ নামত আছিল, যাৰ আয়তন আছিল মাত্ৰ ০.২৯২ বৰ্গমিটাৰ। কিন্তু জাপানৰ এই নতুন উদ্যানখনে সেইখিনি অতিক্ৰম কৰি এতিয়া আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে পৰিগণিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gunnies World RecordjapanJapan Parkworld recordWorld Smallest Park
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

কাইলৈ ৫ মাৰ্চ তাৰিখে খোল খাব ৫ ৰাশিৰ উন্নতিৰ দ্বাৰ, সম্পূৰ্ণ লগ দিব ভাগ্যই

কাইলৈ ৫ মাৰ্চ তাৰিখে খোল খাব ৫ ৰাশিৰ উন্নতিৰ দ্বাৰ, সম্পূৰ্ণ লগ দিব ভাগ্যই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.