• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভসহ ৫ৰাশিৰ আৰম্ভ হৈছে ভাল সময়! মহালক্ষ্মী ৰাজযোগত কোন কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি?

কুম্ভসহ ৫ৰাশিৰ আৰম্ভ হৈছে ভাল সময়! মহালক্ষ্মী ৰাজযোগত কোন কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি?

2 years ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

24 minutes ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

1 hour ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

2 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

10 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

10 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

11 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

12 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

13 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

13 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভসহ ৫ৰাশিৰ আৰম্ভ হৈছে ভাল সময়! মহালক্ষ্মী ৰাজযোগত কোন কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি?

কুম্ভসহ ৫ৰাশিৰ আৰম্ভ হৈছে ভাল সময়! মহালক্ষ্মী ৰাজযোগত কোন কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি?

editor by editor
March 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কুম্ভসহ ৫ৰাশিৰ আৰম্ভ হৈছে ভাল সময়! মহালক্ষ্মী ৰাজযোগত কোন কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আৰম্ভ হৈছে শুভ মহালক্ষ্মী যোগ৷ ভাগ্যফলৰ গণনা অনুসৰি চন্দ্ৰদেৱৰ কৃপাত এই যোগে দেখা দিছে৷ গ্ৰহৰ মাজত জ্যোতিষমতে চন্দ্ৰদেৱ সকলোতকৈ ধীৰ গতিত ভ্ৰমণ কৰে৷ এই গতিতেই চন্দ্ৰই গুৰু বৃহস্পতিৰ সৈতে মিলি তৈয়াৰ কৰিব গজকেশৰী যোগ৷ তেনেকৈয়ে মঙ্গলৰ সৈতে মিলি চন্দ্ৰই তৈয়াৰ কৰিছে মহালক্ষ্মী ৰাজযোগ৷ ইয়াৰ ফলত কেইটামান ৰাশিৰ জাতক জাতিকাৰ ওপৰত মহালক্ষ্মীৰ বিশেষ কৃপা পৰিব৷

কেতিয়া তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ?

আজি ৭ মাৰ্চ ২০২৫ৰ পুৱা ১১ বাজি ৪৪ মিনিটত মিথুন ৰাশিত চন্দ্ৰই প্ৰৱেশ কৰিছে৷ তাৰফলতেই একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ ৯ মাৰ্চ পৰ্যন্ত এই মিথুন ৰাশিতেই চন্দ্ৰ থাকিব৷ মিথুন ৰাশিত পূৰ্বৰে পৰাই বিৰাজ কৰি আছে মঙ্গলে৷ ইয়াৰ ফলত মঙ্গল আৰু চন্দ্ৰৰ যুঁটিত তৈয়াৰ হ’ব মহালক্ষ্মী ৰাজযোগ৷

মেষ ৰাশি

এই ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰত অপাৰ ধনলাভ কৰিব পাৰিব৷ আপোনাৰ কথাৰ প্ৰভাৱ পৰিব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম এইবাৰ আৰম্ভ হ’ব৷ শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তি হ’ব৷ পিতৃ মাতৃৰ সহযোগিতা পাব৷ নিজৰ লক্ষ্য প্ৰাপ্তিত সফল হ’ব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰিও লাভ কৰিব পাৰে৷

কুম্ভ ৰাশি

মহালক্ষ্মী ৰাজযোগে কুম্ভ ৰাশিৰ জাতক জাতিকাক বিপুল লাভ দিব৷ দীৰ্ঘদিনীয়া কোনো ৰোগত ভূগিলে তাৰপৰা এইবাৰ নিস্তাৰ পাব৷ সমাজত বাঢ়িব মান সন্মান৷ সন্তানৰ তৰফৰ পৰা কোনো ভাল খবৰ শুনিব পাৰে৷ আধ্যাত্মিক দিশত আপোনাৰ আগ্ৰহ বাঢ়িব৷ ইয়াৰ ফলত দান পূণ্য কৰিব পাৰে৷ সন্তানৰ সুখ প্ৰাপ্তি হ’ব৷

তুলা ৰাশি

আপোনাৰ ওপৰত মঙ্গলৰ ওপৰিও মা লক্ষ্মীৰ কৃপা থাকিব৷ এই ৰাশিৰ জাতক জাতিকাই মূলত ধাৰ্মিক হয়৷ তেওঁলোকৰ ধাৰ্মিক কামত ৰুচি থাকিব৷ অবিবাহিতই বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ পিতৃ আৰু গুৰুৰ সম্পূৰ্ণ সহযোগিতা পাব৷ চৰকাৰী কামত বিপুল সহযোগিতা পাব৷ আকস্মিক ধনলাভৰ যোগ তৈয়াৰ হ’ব৷

কন্যা ৰাশি

আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা বৰ্ষণ হ’ব৷ চাকৰি আৰু ব্যৱসায়ত লাভাম্বিত হ’ব৷ চৰকাৰী চাকৰিৰ প্ৰস্তুতি যিসকলে লৈছে তেওঁলোকে ফল পাব৷ ব্যৱসায়ীয়ে পাব বিপুল লাভ৷ আপুনি কোনো কামত যদি পৰিশ্ৰম কৰে তেন্তে তাতো লাভ পাব৷ পিতৃৰ পৰা কোনো সম্পত্তি পাব পাৰে৷ প্ৰেম জীৱন ভালে থাকিব৷ আত্মবিশ্বাস তুংগত থাকিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাই বিভিন্ন দিশৰ পৰা লাভৰ মুখ দেখা পাব৷ নিজৰ লক্ষ্য পূৰ্ণ কৰাত পিতৃ-মাতৃৰ সহযোগিতা পাব৷ পৈতৃক সম্পত্তি প্ৰাপ্তিৰো যোগ আছে৷ পাৰিবাৰিক জীৱন পূৰ্বতকৈ ভাল হ’ব৷ আপোনাৰ ইচ্ছা শক্তি পূৰ্বতকৈ শক্তিশালী হ’ব৷ জীৱনত সুখ শান্তি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড
বিনোদন

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
মালব্য ৰাজযোগৰ সৈতে চন্দ্ৰগ্ৰহণ, আগন্তুক সপ্তাহত সৌভাগ্যৰ চকা ঘূৰিব এই ৫ৰাশিৰ

মালব্য ৰাজযোগৰ সৈতে চন্দ্ৰগ্ৰহণ, আগন্তুক সপ্তাহত সৌভাগ্যৰ চকা ঘূৰিব এই ৫ৰাশিৰ

নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.