• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

1 year ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

8 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

8 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

9 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

9 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

10 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

10 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

10 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

11 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

12 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

editor by editor
March 9, 2025
in লেখা, শিক্ষা
0
মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?
0
SHARES
14.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকুম্ভৰ পৰাই খবৰৰ শিৰোনামত আছে IIT Baba, তেতিয়াৰে পৰাই IIT Babaক বাবাক লৈ সৰ্বত্ৰতে চৰ্চা চলি আছে। এইবাৰ নতুুনকৈ চৰ্চা হৈছে তেওঁ শিক্ষাজীৱনক লৈ লৈ। ছচিয়েল মিডিয়াত IIT Babaৰ মাৰ্কশ্বিট ভাইৰেল হৈছে। IIT Babaৰ মাৰ্কশ্বিট দেখাৰ লগে লগেই তেওঁৰ মেধাৰ প্ৰশংসা হৈছে সৰ্বত্ৰতে।

IIT Baba বাবা ওৰফে অভয় সিঙৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কচিটত দেখা গৈছে যে তেওঁ মাধ্যমিকত ৯৩শতাংশ নম্বৰ লাভ কৰিছিল। উচ্চমাধ্যমিকত তেওঁৰ নম্বৰ আছিল ৯২.৪শতাংশ। সেই ৰিজাল্টৰ বাবেই তেওঁ দেশৰ অন্যতম ঐতিহ্যশালী প্ৰযুক্তি শিক্ষাৰ কেন্দ্ৰ IIT Bombayত এডমিছন লাভ কৰিছিল।

কেৱল মাধ্য়মিক আৰু উচ্চমাধ্যমিকতেই ভাল ৰিজাল্ট কৰিছিল তেনে নহয়। ২০০৮ চনত তেওঁ IIT-ৰ বাবে জয়েণ্ট এন্ট্ৰেন্স পৰীক্ষাত বহে। তাতেই সমগ্ৰ দেশৰ ভিতৰত তেওঁ ৭৩১তম স্থান পায়। অর্থাৎ দেশৰ অন্যতম আগশাৰীৰ ইঞ্জিনীয়াৰ হোৱাৰ দৌৰত চামিল হয়।

২০০৮ৰ পৰা ২০১২ চন পৰ্যন্ত এৰোস্পেছ ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰি অৰ্জন কৰে IIT Babaই। কানাডাক চাকৰিও লাভ কৰিছিল। দৰমহা আছিল বছৰত ৩৬ লাখ টকা। কিন্তু সকলোবোৰ ত্যাগ কৰি আধ্যাত্মিকতাৰ পথ বাচি লয়। মহাকুম্ভৰ পৰাই তেওঁ দেশবাসীৰ মাজত পৰিচিত হৈ পৰে। কিন্তু চৰ্চাৰ পাছতো তেওঁ সোমাই পৰে একাধিক বিতৰ্কত।

সম্প্ৰতি জয়পুৰ আৰক্ষীয়ে IIT Baba-ক আটক কৰিছে। তেওঁৰ হোটেলৰ কোঠাৰ পৰা গাঞ্জা পোৱা বুলি জনাইছে আৰক্ষী সূত্ৰই। তাৰপাছতেই জামিনত বাহিৰলৈ ওলাই আহে। ভাৰত বনাম পাকিস্তান ক্ৰিকেট মেচত ভৱিষ্যদ্বাণী কৰি ট্ৰলৰ সন্মুখীন হৈছিল IIT Baba।

সন্তানৰ এই জীৱনৰ বাবে IIT Baba-ৰ পিতৃ কৰ্ণ সিং গ্ৰেবালে নিজকেই দায়ী কৰে। তেওঁ জনায় যে স্ত্ৰীৰ সৈতে নিত্যদিনেই অশান্তি হৈ থাকে। ঘৰত দৈনিক এইসমূহ কাজিয়া দেখিয়েই সমাজ আৰু সংসাৰৰ প্ৰতি মোহ ভংগ হয় অজয়ৰ। ঘৰ এৰি এদিন ওলাই যায় অজয়। নিজৰ সন্তানক সহজ সৰল সৎ বুলি উল্লেখ কৰিছে পিতৃয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
Next Post
ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ’তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ'তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

মাত্ৰ কেইটামান ঘণ্টা, ১০ মাৰ্চৰ পৰাই কঁপাল খুলিব এই ৫ ৰাশিৰ, টকাৰ বৃষ্টি কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.