• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

11 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

editor by editor
March 12, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰই একমাত্ৰ গ্ৰহ যিয়ে দ্ৰুতগতিত স্থান সলনি কৰে। কোনো এটা ৰাশিত প্ৰায় আঢ়ৈ দিন থাকে। ইয়াৰ ফলত কোনোবা নহয় কোনোবা গ্ৰহৰ সৈতে চন্দ্ৰৰ যুঁটি হয় বা দৃষ্টি পৰে। যাৰ ফলত শুভ অশুভ ৰাজযোগ তৈয়াৰ হয়। ইফালে বৃহস্পতিৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰোতেই গজকেশৰী যোগ তৈয়াৰ হয়। যাৰ ফলত ৫৪ ঘণ্টা ধৰি বিপুল লাভৰ অধিকাৰী হব পাৰে একাধিক ৰাশিৰ জাতক জাতিকা৷ লাকী জাতকৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

এই সময়ত বৃষ ৰাশিৰ জাতক জাতিকা আনন্দেৰে ভৰি উঠিব৷ গাড়ী, মাটি, সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে এই সময়ত৷ এই ৰাশিৰ নেতৃত্ব দিয়াৰ ক্ষমতা তৈয়াৰ হব৷ কৰ্মস্থলত কোনো ডাঙৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

মিথুন ৰাশি

এই ৰাশিৰ চতুৰ্থভাৱে তৈয়াৰ হ’ব ৰাজযোগ৷ এই ৰাশিৰ জাতক জাতিকাই সুখ সম্পত্তিৰ মুখ দেখিব পাৰে৷ এই সময়ত ঘৰ বা ফ্লেট কিনাৰ যোগ আছে৷ পিতৃ মাতৃৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব৷ জীৱনলৈ সুখ আহিব৷

সিংহ ৰাশি

আয়ৰ বাবে নতুন ৰাস্তা খুলিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ ধনৰ স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ ফলত উপাৰ্জনৰ নতুন নতুন ৰাস্তা খুল খাব৷ জীৱনলৈ নানান ধৰণৰ সুখ আৰু আনন্দৰ সময় আহিব৷ শ্বেয়াৰ মাৰ্কেটত যদি টকা লগায় তেন্তে ভাল লাভ পাব পাৰে৷ শাৰীৰিক আৰু মানসিক সমস্য়াৰ পৰা মুক্তি পাব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এইসময়ত লাভ কৰিব৷ কোনো ইচ্ছাপূৰণ হব পাৰে৷

কন্যা ৰাশি

গজকেশৰী ৰাজযোগত এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ নানান সুখ স্বাচ্ছন্দ্য আহিব পাৰে৷ নিজৰ যত্ন লওক৷ নিজৰ মাজত কোনো সাল সলনি আহিব পাৰে৷ ধনলাভৰ যোগ আছে৷

কৰ্কট ৰাশি

সকলো কামত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব৷ এই সময়ত আকস্মিক ধনলাভ হব পাৰে৷ আপোনাৰ বহু ইচ্ছা পূৰণ হব পাৰে৷ জীৱনত নানান ধৰণৰ সুখ আহিব পাবে৷ আপুনি লক্ষ্য প্ৰাপ্তিত সফল হব৷

কেতিয়া আৰম্ভ হ’ব গজকেশৰী যোগ?

১৪ মাৰ্চ২০২৫ চনৰ দুপৰীয়া চন্দ্ৰই প্ৰৱেশ কৰিব কন্যা ৰাশিত৷ আৰু ১৭ মাৰ্চৰ বিয়লি ১ বাজি ১৫ মিনিট পৰ্যন্ত তাতেই থাকিব৷ এই সময়ত গুৰু বৃহস্পতি থাকিব বৃষ ৰাশিত৷ তাৰফলতেই তৈয়াৰ হ’ব গজকেশৰী যোগ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখিলে সেয়া কিহৰ ইংগিত? জানি থওক সবিশেষ

মাছৰুম ভালপালেও খোৱাৰ আগত ভালকৈ চিনি লওক! মাছৰুম খাই ভয়ংকৰ নিচাত নিজৰ লি*ৰ টুকুৰা ভৰাই থলে সৰু টেমাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন