• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

1 year ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

23 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

40 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

1 hour ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

2 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

3 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

4 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

4 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

editor by editor
March 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু কষ্ট কৰি গোপনে ৰাখিছিল নিজৰ এক ভুল সিদ্ধান্তৰ কথা৷ কিন্তু ইতিহাসত এনেকোৱা কঠিন বাস্তৱ হয়তো মানি লোৱা মানুহ কমেই ওলাব৷ সম্প্ৰতি নিজৰ এক অভিজ্ঞতাৰ কথা নেট মাধ্যম ৰেডিটত সকলোৰে সৈতে ভগাই লৈছে এগৰাকী মহিলাই৷ কি ঘটিছিল তেওঁৰ জীৱনত?

নাম প্ৰকাশত অনিচ্ছুক সেই মহিলাই লিখিছে, ‘তেতিয়া মোৰ বয়স আছিল ৩৮ বছৰ৷ মোৰ কন্যাৰ বয়স ১৮ বছৰ৷ হঠাৎ শুনো যে হেৰি নামৰ এজন লৰাৰ সৈতে মোৰ কন্যাৰ খুব বন্ধুত্ব হৈছে৷ ২৪ বছৰীয়া হেৰি আমাৰ ঘৰলৈকো আহিছিল৷ কিন্তু মই দেখি বুজিব পাৰো যে লৰাটো সুবিধাজনক নহয়৷ বিভিন্ন ধৰণৰ নিছা লয় সি৷ মই স্বীকাৰ কৰিছো মাতৃ হিতাপে মইয়ো ভাল নাছিলো৷ কিন্তু কন্যৰ বেয়া মই বিচৰা নাছিলো৷ সেইবাবেই হেৰিক ঘৰত মাতো৷ যাতে মোৰ কন্যাৰ পৰা সি দূৰৈত থাকে৷ কিন্তু সি মোৰ ঘৰতো নিচা কৰিবলৈ আৰম্ভ কৰে৷ ময়ো মাদকাসক্ত আছিলো৷ যি কথাৰ মাজত মোক মাদক সেৱনৰ বাবে প্ৰস্তাৱ দিছিল৷ ময়ো নিজকে কন্ট্ৰলত ৰাখিব নোৱাৰিলো৷ তাৰপিছতেই তাৰ সৈতে মোৰ শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিল৷ আৰু কিছুদিন পাছত মই জানিব পাৰো যে মই অন্তঃসত্ত্বা৷ কিন্তু এই কথা কাকোৱেই মই জনাব পৰা নাছিলো৷ পাছত উপায়হীন হৈ মই অকলেই গৈ গৰ্ভপাত কৰো৷

মহিলাৰ আক্ষেপ তেওঁৰ কথা শুনা নাছিল কন্যাই৷ হেৰিককেই বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল তেওঁ৷ তাৰপাছতেই ১৬ বছৰ পাৰ হৈছে৷ মোৰ কন্যা এতিয়া টেক্সাছত থাকে৷ তেওঁলোকৰ এগৰাকী সন্তানো আছে৷ কিন্তু অতীতৰ ঘটনাৰ বাবে কন্যা আৰু জোঁৱায়েকৰ সৈতে ল’গ কৰা নাই সেই মহিলাই৷ তাৰপিছত তেওঁ আৰু কোনোদিনেই মদো স্পৰ্শ কৰা নাই বুলি জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
Next Post
চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

গণেশৰ মূৰ্তি বা ফটো স্থাপনৰ সময়ত নকৰিব এই ৫ ভুল, দুৰ্ভাগ্যৰ মুকলি কৰিব পাৰে দ্বাৰ

গণেশৰ মূৰ্তি বা ফটো স্থাপনৰ সময়ত নকৰিব এই ৫ ভুল, দুৰ্ভাগ্যৰ মুকলি কৰিব পাৰে দ্বাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.