• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ

এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ

1 year ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

13 minutes ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

43 minutes ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

1 hour ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

3 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

3 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

4 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

5 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ

এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজ্বলিব ৩ৰাশিৰ জাতকৰ

editor by editor
March 19, 2025
in জীৱনশৈলী, বিবিধ
0
এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যক কোৱা হয় সৌৰজগতৰ ৰজা৷ সূৰ্যৰ এনাৰ্জি এই বিশ্ব সংসাৰৰ মূল চালিকা শক্তি৷ জ্যোতিষ অনুসৰিও সূৰ্যৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ৷ এটা এটা ৰাশিত সূৰ্যই প্ৰায় এমাহ অৱস্থান কৰে৷ সেই হিচাপত ৰাশিচক্ৰৰ ১২ ৰাশি এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ সূৰ্য বৰ্তমান আছে মীন ৰাশিত৷ মীন ত্যাগ কৰি আগন্তুক ১৪ এপ্ৰিলত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ১৫ মে পৰ্যন্ত মীন ৰাশিতেই থাকিব সূৰ্য৷ ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষত সূৰ্যৰ অৱস্থান বিশেষ লাভজনক হব তিনি ৰাশিৰ জাতকৰ বাবে৷ এপ্ৰিলত এই তিনি ৰাশিৰ জাতকৰ সুখ, সমৃদ্ধি বাঢ়িব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

এপ্ৰিলত সূৰ্যই মেষ ৰাশিত আহিলে লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ মিথুন ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতি কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ বিদেশ ভ্ৰমণৰো যোগ আছে৷ ব্যৱসায়ত ডাঙৰ মুনাফা লাভৰ সুযোগ পাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক আৰু ভাল হব৷ স্বাস্থ্য ভালে থাকিব৷ ব্যৱসায়ত ডাঙৰ মুনাফা লাভৰ সুযোগ পাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক আৰু উন্নত হব৷ স্বাস্থ্য ভালে থাকিব৷ মনতো শান্তি বৰ্তি থাকিব৷ আগন্তুক মাহত কোনো সুখবৰ পাব পাৰে৷

কৰ্কট ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ লাভজনক হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কৰ্কট ৰাশিৰ দশম ঘৰ অৰ্থাৎ কৰ্মৰ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু ৰৈ থকা কাম এই সময়ত সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব৷ সাংসৰিক জীৱনত আনন্দ থাকিব৷ দাম্পত্যত সম্পৰ্কৰ মাধুৰ্যতা বৰ্তি থাকিব৷ সমাজত আপোনাৰ সন্মান আৰু বাঢ়িব৷ চৰকাৰী কামত সাফল্য পাব পাৰে৷

কুম্ভ ৰাশি

এপ্ৰিল মাহত সূৰ্যৰ ৰাশি পৰিবৰ্তন শুভ হব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ কুম্ভ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব সূৰ্য৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে এই সময়ত লাভ কৰিব৷ চৰকাৰী চাকৰি পাব পাৰে অথৱা কোনো চৰকাৰী কামত সাফল্য পাব পাৰে৷ সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ নিজৰ জীৱনত আগন্তুক সময়ত কিছু শুভ পৰিবৰ্তন দেখা পাব আপুনি৷

(জ্যোতিষ শাস্ত্ৰৰ আধাৰত এই নিউজ লিখা হৈছে৷ কোনোধৰণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজেই চিন্তা কৰক৷ আপোনাৰ কোনো সিদ্ধান্তৰ বাবেই অসম লাইভ ২৪ দায়ী নহয়৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

May 27, 2026
Next Post
মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

১৫ টুকুৰা…! তাৰপিছত নতুন প্ৰেমিকৰ সৈতে পত্নীৰ মানালিত ৰোমান্স, কেনেকৈ আৰক্ষীৰ জালত পৰিল ঘাতক পত্নী?

১৫ টুকুৰা...! তাৰপিছত নতুন প্ৰেমিকৰ সৈতে পত্নীৰ মানালিত ৰোমান্স, কেনেকৈ আৰক্ষীৰ জালত পৰিল ঘাতক পত্নী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.