• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

2 years ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

12 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

editor by editor
March 19, 2025
in জীৱনশৈলী
0
মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঁঠদিনৰ অভিযানত মহাকাশলৈ গৈছিল৷ কিন্তু মহাকাশৰ পৰা উভতি আহিল ৯মাহৰ পাছত৷ বুধবাৰে পুৱতি নিশা পৃথিৱীত ভৰি দিলে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বেৰি বুচ উইলমোৰে৷ তেওঁলোকৰ সৈতে পৃথিৱীলৈ উভতি আহিছে নাছাৰ আৰু এগৰাকী মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ ROSCOSMOSৰ আলেকজাণ্ডাৰ গৰবুনভ৷ পৃথিৱীলৈ উভতিলেও এতিয়াও ঘৰলৈ যাব নোৱাৰিব সুনীতা উইলিয়ামছ৷ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ দীৰ্ঘদিন মহাকাশত থকাৰ ফলত তেওঁলোকৰ শৰীৰত একাধিক পৰিবৰ্তন ঘটিছে৷ কি কি পৰিবৰ্তন ঘটিছে শৰীৰৰ এতিয়াও মুকলিকৈ জনোৱা নাই NASA. মহাকাশত দীৰ্ঘসময় থাকিলে শৰীৰৰ যি সমূহ পৰিবৰ্তন ঘটে তাৰমাজত উল্লেখযোগ্য হৈছে উচ্চতা বাঢ়ি যোৱা৷

বুধবাৰে যেতিয়া পৃথিৱীত অৱতৰণ কৰিছিল সুনীতাই সেই সময়ত উঠি ঠিয় হোৱাৰ ক্ষমতাও নাছিল নভোশ্চৰসকলৰ৷ দুই-তিনিগৰাকী ব্যক্তিয়ে তুলি ধৰিবলগীয়া হৈছিল তেওঁলোকক৷ খোজকঢ়াৰ শক্তিও নাছিল, ফলত ষ্ট্ৰেচাৰত শুৱাই লৈ যোৱা হৈছিল৷ তাৰ পৰাই ষ্টান হিউষ্টনত থকা NASAৰ Johnson Space Center-লৈ পঠিওৱা হয় সকলোকে৷ তাতেই আগন্তুক ৪৫ দিন ধৰি তেওঁলোকৰ পুনৰ্বাসন চলিব৷ পূৰ্বৰ দৰে যাতে স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰে, পৃথিৱীৰ পৰিবেশৰ সৈতে চলিব পাৰে তাৰ প্ৰশিক্ষণ চলিব৷

কিন্তু মহাকাশত থাকিলে শৰীৰত যিয়েই পৰিবৰ্তন ঘটক কিন্তু উচ্চতা বঢ়া বিষয়টোত সকলো আচৰিত হয়৷ ইয়াৰ উত্তৰ অৱশ্যে নাছাই নিজেই দিছে৷ তেওঁলোকে জনাইছে মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত দীৰ্ঘদিন থাকিলে শিৰসমূহৰ বিন্যাস ঘটে৷ পৃথিৱীত মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত শিৰসমূহ সংকুচিত অৱস্থাত থাকে৷ মহাকাশত শিৰ সংকুচিত হবলৈ মধ্যাকৰ্ষণ শক্তি নাথাকে৷ ফলত অস্থিসন্ধিৰ মাজৰ অংশৰ প্ৰসাৰণ ঘটে৷ ইয়াৰ ফলত মহাকাশচাৰীৰ উচ্চতা ২ ইঞ্চি পৰ্যন্ত বাঢ়ি যায়৷

কিন্তু এই উচ্চতাবৃদ্ধি সাময়িক৷ যিমানদিন মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত থাকে তেতিয়া মহাকাশচাৰীৰ উচ্চতা বাঢ়িলে সেইখিনি আকৌ পৃথিৱীলৈ অহাৰ পাছত কমি যায়৷ পৃথিৱীলৈ উভতি অহাৰ পাছত মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত আকৌ শিৰসমূহ সংকুচিত হৈ স্বাভাৱিক অৱস্থালৈ আহে৷ ফলত কেই সপ্তাহৰ মাজত আকৌ উচ্চতা আকৌ আগৰ সমান হৈ পৰে৷ মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত মহাকাশচাৰীসকলৰ শৰীৰত কি কি প্ৰভাৱ পৰে সেই বিষয়ক লৈ বিগত ৫০ বছৰ ধৰি গৱেষণা কৰিছে নাছাই৷ তেওঁলোকৰ সেই গৱেষণা প্ৰকল্পৰ নাম Human Research Programme.

ইয়াৰোপৰি দীৰ্ঘদিন মহাকাশত থাকিলে পেশীৰ ক্ষমতা কমি যায়, ক্ষয় আৰম্ভ হয় হাঁড়ৰ, কমি যায় সহ্যশক্তি, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমে৷ পৃথিৱীত মানুহে যি স্বতঃস্ফুত আচৰণ কৰে মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত সেয়া নাথাকে৷ স্নায়ুতন্ত্ৰৰ কাৰ্যকৰিতাৰ ওপৰত প্ৰভাৱ পৰে, হেৰাই যায় নমনীয়তা৷ পৃথিৱীত শৰীৰৰ যি স্বাভাৱিক ৰক্ততাপ, মহাকাশত সেয়া নাথাকে৷ বৰং মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত থকাৰ ফলত শৰীৰ থকা তৰল ঊৰ্ধমুখী হৈ সঞ্চালিত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
১৫ টুকুৰা…! তাৰপিছত নতুন প্ৰেমিকৰ সৈতে পত্নীৰ মানালিত ৰোমান্স, কেনেকৈ আৰক্ষীৰ জালত পৰিল ঘাতক পত্নী?

১৫ টুকুৰা...! তাৰপিছত নতুন প্ৰেমিকৰ সৈতে পত্নীৰ মানালিত ৰোমান্স, কেনেকৈ আৰক্ষীৰ জালত পৰিল ঘাতক পত্নী?

১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

১ এপ্ৰিলৰ পৰা নতুন নিয়ম! এইসমূহ মোবাইল নম্বৰত বন্ধ হ’ব বেংকিং আৰু UPI পৰিসেৱা, জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.