• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

1 year ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

15 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

57 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 hour ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

2 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

2 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

8 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

editor by editor
March 21, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ
0
SHARES
818
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

২০ মাৰ্চ বৃহস্পতিবাৰৰ নিশা শিলচৰত উত্তপ্ত পৰিস্থিতি। এগৰাকী শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী। এই অভাৱনীয় পৰিস্থিতি দেখা গৈছে শিলচৰৰ এন আই টিত।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অভিযোগ লৈ আৰক্ষীৰো কাষ চাপিল ছাত্ৰ-ছাত্ৰী। অভিযোগ অনুসৰি এগৰাকী প্ৰথমবৰ্ষৰ ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ।

নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদৰ পাছতে অভিযুক্ত অধ্যাপক ডাঃ ভি কে ৰাজুক নিলম্বন কৰিছে এন আই টি কৰ্তৃপক্ষই। লগতে শিলচৰৰ গুংগুৰ থানাত গোচৰ ৰুজু কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, শিলচৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এগৰাকীয়ে বিভাগটোৰ এগৰাকী অধ্যাপকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

বৃহস্পতিবাৰে নিশা শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰি সংশ্লিষ্ট অধ্যাপকগৰাকীৰ কোৱাৰ্টাৰৰ সন্মুখত বহি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

অভিযোগৰ পিছত এন আই টি শিলচৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডি কোটেশ্বৰ ৰাজুক নিলম্বন কৰিছে বুলি এক সূত্ৰ মতে খবৰ পোৱা গৈছে। সূত্ৰৰ দাবী, এই অভিযোগ প্ৰথম নহয়, পূৰ্বেও সেই অধ্যাপকৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: molestations caseSichar casesilchar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

শুক্ৰ-ৰাহুৰ বাবে বিপদজনক হৈ পৰিব সময়, ২৯ মাৰ্চৰ পিছত ৩ ৰাশিৰ বাঢ়িব সমস্যা

শুক্ৰ-ৰাহুৰ বাবে বিপদজনক হৈ পৰিব সময়, ২৯ মাৰ্চৰ পিছত ৩ ৰাশিৰ বাঢ়িব সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.