• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

1 year ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

27 seconds ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

31 minutes ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

1 hour ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

2 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

3 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

4 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

5 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

6 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

7 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

7 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

editor by editor
March 21, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি
0
SHARES
819
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি

৭০-৮০ দশকৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী তথা লোকসভাৰ সদস্য জয়া প্ৰদা ডাঙৰ বিপদত। যি কোনো সময়তে গ্ৰেপ্তাৰ হব পাৰে অভিনেত্ৰীগৰাকী। জয়া প্ৰদাৰ বিৰুদ্ধে জাৰি কৰা হৈছে জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা তথা নন-বেইলেবল ৱাৰেণ্ট।

এক অশ্লীল মন্তব্যৰ গোচৰত বৃহস্পতিবাৰে জয়া প্ৰদা আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও আদালতত হাজিৰ নহয় অভিনত্ৰীগৰাকী। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেও আদালতৰ শুনানিত হাজিৰ হোৱাৰ সুবিধা কৰি দিছিল জয়া প্ৰদাক, কিন্তু ইয়াৰ পিছতো উপস্থিতি নহয়।

এতিয়া সেই গোচৰতে মোৰাদাবাদ আদালতে জয়াপ্ৰদাৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰাৰ লগতে গোচৰৰ পৰৱৰ্তী শুনানিৰ দিনো নিৰ্ধাৰণ কৰিছে। অশ্লীল মন্তব্যৰ গোচৰৰ পৰৱৰ্তী শুনানি ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodCase FiledJaya Prada
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
শুক্ৰ-ৰাহুৰ বাবে বিপদজনক হৈ পৰিব সময়, ২৯ মাৰ্চৰ পিছত ৩ ৰাশিৰ বাঢ়িব সমস্যা

শুক্ৰ-ৰাহুৰ বাবে বিপদজনক হৈ পৰিব সময়, ২৯ মাৰ্চৰ পিছত ৩ ৰাশিৰ বাঢ়িব সমস্যা

ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি  ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.