• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

1 year ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

10 minutes ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

43 minutes ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

1 hour ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

19 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

21 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

22 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

23 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

24 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?

editor by editor
March 22, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, শিক্ষা
0
আমেৰিকাত আৰু নাথাকিব শিক্ষা দপ্তৰ! ট্ৰাম্প চৰকাৰে নিদিয়ে শিক্ষাৰ বাবদ কোনো অনুমোদন, কেনেকৈ চলিব আমেৰিকাত লেখা-পঢ়া?
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাত ৰাষ্ট্ৰপতিৰ আসনত বহিয়েই এটাৰ পাছত আনটো নিয়ম সলনি কৰিছে ডোনাল্ড ট্ৰাম্পে৷ এইবাৰ ট্ৰাম্পে লোৱা এক সিদ্ধান্তক লৈ আচৰিত হৈছে বিশ্ব৷ এনে কি আদেশনামাত চহী কৰিছে ডোনাল্ড ট্ৰাম্পে যাৰবাবে হতচকিত হৈছে সমগ্ৰ বিশ্ব?

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে আমেৰিকাৰ শিক্ষা বিভাগক নিৰ্মূল কৰাৰ লক্ষ্যৰে এক আদেশপত্ৰত চহী কৰিছে৷ যাৰ অৰ্থ এককথাত আমেৰিকাত আৰু নাথাকিব কোনো শিক্ষা দপ্তৰ৷ কি হ’ব ইয়াৰ ফলত? ইয়াৰ অৰ্থ আমেৰিকাৰ কেন্দ্ৰীয় প্ৰশাসন আৰু তাৰ শিক্ষাৰ নামত কোনো ব্যয় নকৰে ট্ৰাম্প চৰকাৰে৷ হোৱাইট হাউছে শিক্ষাৰ বাবদ আৰু কোনো ধৰণৰ ব্যয় নকৰে৷

চৰকাৰে ব্যয় নকৰিলে কেনেকৈ চলিব শিক্ষা প্ৰতিষ্ঠানসমূহ? শিক্ষা সংক্ৰান্তিয় সমস্ত সিদ্ধান্ত এইবাৰ নিজেই ল’ব আমেৰিকাৰ প্ৰদেশসমূহে৷ চহী কৰি ট্ৰাম্পে নিজেই জনাইছে যে এই আদেশনামাই ফেডাৰেল শিক্ষা বিভাগক নিৰ্মূল কৰিব৷ ইয়াৰ সৈতে তেওঁ জনাই যে এতিয়াৰে পৰা শিক্ষা দপ্তৰক কোনো ধৰণৰ সাহায্য আগনবঢ়াই চৰকাৰে৷

উল্লেখ্য যে ১৯৭৯ চনত আমেৰিকাত শিক্ষা বিভাগক কেন্দ্ৰীয় প্ৰশাসনৰ আওতাত অনা হৈছিল৷ কোৱা হৈছিল শিক্ষা বিভাগ কংগ্ৰেছৰ অনুমোদন অবিহনে কোনোৱে বন্ধ কৰিব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!
বিনোদন

June 6, 2026
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক
বিশ্ব

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

June 6, 2026
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’
বিনোদন

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

June 5, 2026
Next Post
১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন