• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

1 year ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

4 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

5 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

5 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

6 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

8 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

8 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

9 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

9 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

10 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

10 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

12 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?

editor by editor
March 22, 2025
in জীৱনশৈলী
0
১২ বছৰৰ পাছত মঙ্গলৰ ঘৰত শুক্ৰ! ৩ৰাশিৰ জীৱনলৈ ধনৰ সুখ আহিব, কোটিপতি হোৱাৰ যোগ আছে কাৰ কাৰ জীৱনত?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনত সুঃসময় আৰু দুঃসময়ৰ চকা সমানে ঘূৰে৷ বেয়া সময় আহিলে ভাল সময়ো আহে৷ কিয় ভাগ্য পৰিবৰ্তিত হয়, কেনেকৈ হয় এই সকলো ৰহস্যৰ ব্যাখ্যা আছে জ্যোতিষশাস্ত্ৰত৷ এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গ্ৰহ, নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তন হয়৷ যাৰ শুভ অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷

শুক্ৰক প্ৰেম,সুখ, সমৃদ্ধি আৰু সম্পদৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ সেয়ে জ্যোতিষশাস্ত্ৰত শুক্ৰৰ অৱস্থান পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিগত ২ মাৰ্চত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিছিল৷ আৰু আগন্তুক ১৩ এপ্ৰিল পৰ্যন্ত শুক্ৰই চিধা পথেৰে যাত্ৰা কৰিব৷ ইয়াৰ পাছতেই ৩১ মেত মেষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ১২ বছৰৰ পাছত শুক্ৰই মঙ্গলৰ ঘৰ মেষ ৰাশিৰ গমন কৰিব৷ যাৰ ফলত ৩ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ আপুনিও আছে নেকি সেই তালিকাত?

বৃষ ৰাশি

শুক্ৰৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত বাহন, ঘৰ কিংবা সম্পত্তি কিনাৰ স্বপ্নপূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

শুক্ৰৰ গতিৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাৰ কঁপাল খুলিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ কৰ্মসূত্ৰত বিদেশলৈ যাব পাৰে৷ যিকোনো কামত পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷

ধনু ৰাশি

শুক্ৰই মঙ্গলৰ ঘৰত প্ৰৱেশ কৰিলে ধনু ৰাশিৰ আৰ্থিক পৰিস্থিতি উন্নত হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচত ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম পছন্দ কৰিব৷ সহকৰ্মীৰ সহযোগিতা পাব৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বস্তি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
Next Post
মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.