• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি পাই গৈ আছে নিহতৰ সংখ্যা, ২০০০ৰ ঘৰ অতিক্ৰম, এতিয়াও সন্ধানহীন বহু

বৃদ্ধি পাই গৈ আছে নিহতৰ সংখ্যা, ২০০০ৰ ঘৰ অতিক্ৰম, এতিয়াও সন্ধানহীন বহু

1 year ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

9 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

9 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

10 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

10 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

11 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

12 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

12 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

13 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

14 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

14 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

15 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বৃদ্ধি পাই গৈ আছে নিহতৰ সংখ্যা, ২০০০ৰ ঘৰ অতিক্ৰম, এতিয়াও সন্ধানহীন বহু

editor by editor
March 31, 2025
in বিবিধ, বিশ্ব
0
বৃদ্ধি পাই গৈ আছে নিহতৰ সংখ্যা, ২০০০ৰ ঘৰ অতিক্ৰম, এতিয়াও সন্ধানহীন বহু
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃদ্ধি পাই গৈ আছে নিহতৰ সংখ্যা, ২০০০ৰ ঘৰ অতিক্ৰম, এতিয়াও সন্ধানহীন বহু

ম্যানমাৰত সংঘটিত ভয়ংকৰ ভূমিকম্পৰ ফলত নিহত হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। ২৮ মাৰ্চত অহা ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পাছতে দিনে দিনে বৃদ্ধি পাই হৈ আছে নিহত হোৱা লোকৰ সংখ্যা। সোমবাৰে ৩১ মাৰ্চ এই নতুন পৰিসংখ্যা প্ৰকাশ কৰে জুন্টা চৰকাৰে।

এই ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৫৬ লৈ বৃদ্ধি পোৱাৰ লগতে ৩৯০০ৰো অধিক লোক আহত হৈছে। ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰ কৰ্মীসকলে। এতিয়াও সন্ধানহীন বহু লোক।

ইফালে ম্যানমাৰে দেশত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ বাবে এসপ্তাহৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে, মৃত্যুৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে আৰু দিন বাগৰাৰ লগে লগে ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ ধ্বংসাৱশেষত আৰু অধিক জীৱিত লোক বিচাৰি পোৱাৰ আশা ম্লান হৈ পৰিছে।

সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি সোমবাৰে বিষয়াসকলে জনোৱা মতে, ভাঙি পৰা এখন হোটেলৰ ধ্বংসাৱশেষৰ পৰা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ভূমিকম্পৰ তিনিদিন পিছত জীৱন্তে উদ্ধাৰ হয় মহিলাগৰাকী।

এই ভূমিকম্পৰ ফলত ম্যানমাৰত ব্যাপক ধ্বংসলীলা হোৱাই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডতো বিপুল ক্ষতিসাধন হয়। দেওবাৰলৈকে থাইলেণ্ডত মৃত্যুৰ সংখ্যা ১৮ জন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Death tollMyanmaarMyanmaar Earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
Next Post
মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

সূৰ্য্যৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব আৱদ্ধ হৈ থকা ধন

সূৰ্য্যৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব আৱদ্ধ হৈ থকা ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.