• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

1 year ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

1 hour ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

2 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

3 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

4 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

4 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

5 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

6 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

8 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

editor by editor
April 6, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!
0
SHARES
570
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

আজিৰ সময়ত প্ৰতিজন ব্যক্তিয়ে কোনোবা নহয় কোনোবা কাৰণত অশান্তিত ভোগে। যি সময়ত একাংশ লোকে টকা উপাৰ্জনৰ বাবে বহু কষ্ট কৰিছে, আন কিছুমানে ঘৰুৱা অসুবিধা, স্বাস্থ্যৰ অৱনতি, বিয়া নোহোৱা আৰু সন্তান নথকা ইত্যাদি সমস্যাৰ সন্মুখিন হৈছে। জীৱনৰ লগত জড়িত প্ৰায়বোৰ সমস্যাৰ সমাধান শাস্ত্ৰত দিয়া হৈছে।

প্ৰতিটো জন্ম তাৰিখৰ লগত জড়িত প্ৰতিকাৰৰ বিষয়ে, যিবোৰ কৰিলে এজন ব্যক্তিয়ে নিজৰ বেছিভাগ সমস্যাৰ পৰা মুক্তি পাব পাৰে সেইবোৰ অনুসৰি এনেদৰে কাম কৰক, সফলতা লাভ কৰিব।

১, ১০, ১৯ আৰু ২৮
যিকোনো মাহৰ ১, ১০, ১৯ আৰু ২৮ তাৰিখে জন্ম লোৱা লোকে যদি জীৱনত বৃহৎ সফলতা লাভ কৰিব বিচাৰে তেন্তে দৈনিক তামৰ পাত্ৰৰ পৰা সূৰ্য্যক পানী আগবঢ়াব লাগে।

২, ১১, ২০ আৰু ২৯
যিকোনো মাহৰ ২, ১১, ২০ আৰু ২৯ তাৰিখে জন্ম লোৱা লোকে দৈনিক শিৱলিংগত পানী আগবঢ়াব লাগে।

৩, ১২, ২১ আৰু ৩০
যিকোনো মাহৰ ৩, ১২, ২১ বা ৩০ তাৰিখে জন্ম হ’লে প্ৰতিদিনে “ঔঁ নমো ভাগৱতে বাসুদেৱায় নমঃ” মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়াললৈ সুখ আহিব আৰু জীৱনত চলি থকা সমস্যাবোৰো যথেষ্ট কমি যাব।

৪, ১৩, ২২ আৰু ৩১
যিকোনো মাহৰ ৪, ১৩, ২২ বা ৩১ তাৰিখে জন্ম হ’লে দৈনিক দুৰ্গা চলিছা পাঠ কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰ কমি যাব আৰু আপোনাৰ ভাগ্যও অধিক শক্তিশালী হ’ব।

৫, ১৪ আৰু ২৩
যিকোনো মাহৰ ৫, ১৪ আৰু ২৩ তাৰিখে জন্ম লোৱা লোকসকলে দৈনিক ‘অম গণ গণপতায়ে নমঃ’ মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ গৰুক সেউজীয়া পশুখাদ্য খুৱালেও শুভ হ’ব।

৬, ১৫ আৰু ২৪
যদি আপুনি যিকোনো মাহৰ ৬, ১৫ আৰু ২৪ তাৰিখে জন্ম লয়, তেন্তে আপুনি নিতৌ লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ লগতে প্ৰতি শুকুৰবাৰে ধনৰ দেৱী লক্ষ্মীক গোলাপ ফুল আগবঢ়াওক।

৭, ১৬ আৰু ২৫
যিকোনো মাহৰ ৭, ১৬ আৰু ২৫ তাৰিখে জন্ম লোৱা লোকসকলে দৈনিক ১০ৰ পৰা ১৫ মিনিট ধ্যান-ধাৰণা কৰিব লাগে। ইয়াৰ লগতে প্ৰতিদিনে কুকুৰক খাদ্য খুৱাব।

৮, ১৭ আৰু ২৬
যিকোনো মাহৰ ৮, ১৭ আৰু ২৬ তাৰিখে জন্ম হলে দৈনিক হনুমান চলিছা পাঠ কৰি যিমান পাৰি সিমান মানুহক সহায় কৰিব লাগে।

৯, ১৮ আৰু ২৭
যিকোনো মাহৰ ৯, ১৮ আৰু ২৭ তাৰিখে জন্ম লোৱা লোকসকলে দৈনিক হনুমান চলিছা পাঠ কৰিব লাগে। লগতে ৰামৰ নাম যিমানেই জপ কৰিব সিমানেই আপোনাৰ বাবে ভাল হ’ব। ইয়াৰ ফলত মানসিক শান্তি পাব আৰু সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscopeRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

August 9, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

August 9, 2026
Next Post
পাৰ্থ সমথান হ’ব CIDৰ নতুন এচিপি, পাছে ল’ব পাৰিবনে এচিপি প্ৰদ্যুমনৰ ঠাই !

পাৰ্থ সমথান হ'ব CIDৰ নতুন এচিপি, পাছে ল'ব পাৰিবনে এচিপি প্ৰদ্যুমনৰ ঠাই !

ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক'লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.