• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

11 months ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

47 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

3 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

4 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

4 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

6 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

6 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

24 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

editor by editor
April 9, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ
0
SHARES
681
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমশ বেৰঙি হৈ পৰিছে যৌন জীৱন? দাম্পত্য জীৱন স্বাভাৱিক হৈ থকা নাই? কিয় এই সমস্যা বাঢ়িছে? বিশেষজ্ঞৰ দাবী যে ইয়াৰ আঁৰত আছে কৰ্মব্যস্তময় জীৱনত ভুল খাদ্যভাস, শৰীৰচৰ্চাত অনিয়মসহ একাধিক কাৰণত কম বয়সতেই বিভিন্ন অসুখ আদি কাৰণত প্ৰভাৱ পৰিছে ব্যক্তিৰ যৌন জীৱনতো৷ কমিছে শুক্ৰাণু-ডিম্বানুৰ পৰিমাণ আৰু গুণমান৷ ক্ৰমশ কমিছে প্ৰজনন ক্ষমতা৷ এই ক্ষেত্ৰত কেইবাটাও সহজ কৌশল মানি চলিলেই সুফল পাব৷ জানি থওক নিয়ম-

ওজন নিয়ন্ত্ৰণত ৰাখক

অতিৰিক্ত ওজনে কেৱল শৰীৰৰেই নহয় যৌন স্বাস্থ্যতো প্ৰভাৱ পেলায়৷ বাঢ়ি যোৱা মেদে পুৰুষৰ মাজত শুক্ৰাণুৰ সংখ্যা কমায় দিয়ে৷

নিয়মিত ব্যায়াম কৰক

কম শুক্ৰাণুৰ সংখ্যা আৰু শুক্ৰাণুৰ বেয়া গুণগত মানৰ কাৰণে চিন্তাত থাকিলে শৰীৰচৰ্চা আৰম্ভ কৰক৷ গৱেষণাই কৈছে প্ৰতিদিনে ৫০ মিনিট কৈ এৰোবিক এক্সাৰচাইজ কৰিলে শুক্ৰাণুৰ সংখ্যা বাঢ়ে৷ অৱশ্যে অতিৰিক্ত ব্যায়ামো সঠিক নহয়৷ এনেকৈ অত্যাধিক ব্যায়াম কৰিলেও হৰমনত নেতিবাচক প্ৰভাৱ পৰে৷

মানসিক চাপমুক্ত থাকক

বন্ধ্যাত্বৰ আশংকা বঢ়াই দিয়ে মানসিক চাপে৷ নিয়মিত দুশ্চিন্তা, অৱসাদত ভুগিলে শুক্ৰাণুৰ উৎপাদন কমি যায়৷ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ যোগব্যায়াম, মেডিটেছন বা কাউন্সেলিঙৰ সাহায্য লওক৷

ধূমপান আৰু এলক’হল এৰাই চলক

গৱেষণাত দেখা গৈছে যে ধূমপানে শুক্ৰাণুৰ সংখ্যা কমায় দিব পাৰে৷ ইয়াৰ সৈতে নষ্ট কৰি দিব পাৰে বীৰ্যৰ গুণগত মান৷ কেৱল ধূমপানেই নহয়, এলক’হলসহ যিকোনো নিচাই প্ৰজনন ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়৷

পুষ্টিসমৃদ্ধ খাদ্য

ভিটামিন ডি, কেলছিয়াম, এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য শুক্ৰাণুৰ সংখ্যা বঢ়াত সহায় কৰে৷ আনকি ই শুক্ৰাণুৰ গুণগত মানো উন্নত কৰে৷ যাৰ বাবে পাচলি, সমগ্ৰ সেউজীয়া শস্য, চৰ্বিহীন প্ৰটিন আৰু স্বাস্থ্যকৰ ফেট সমৃদ্ধ খাদ্য খাওক৷ জিংক, ছেলেনিয়াম, ভিটামিন চি আৰু শুক্ৰাণুৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷

ঔষধৰ সাহায্য

কিছু ঔষধে শুক্ৰাণু উৎপাদন আৰু কাৰ্যকাৰিতা বঢ়োৱাত সহায়ক৷ শৰীৰত হৰমনৰ ভাৰসাম্যহীনতা থাকিলে হৰমনৰ চিকিৎসা কৰোৱাটো জৰুৰী৷

বীৰ্ষ বিশ্লেষণ

নিয়মিত বীৰ্য বিশ্লেষণ সময়ৰ সৈতে শুক্ৰাণুৰ সংখ্যা, গতিশীলতা কিংবা গুণমান বঢ়োৱাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.