• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

38 minutes ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

2 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

2 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

2 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

3 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

4 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

4 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

4 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

5 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

5 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

16 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
April 10, 2025
in জীৱনশৈলী
0
চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১১ এপ্ৰিল ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’তৰ শুক্লা চতুৰ্দশী তিথি৷ নিশা ৩ বাজি ২১ মিনিট পৰ্যন্ত শুক্লা চতুৰ্দশী তিথি থকাৰ পাছত পৰিব পূৰ্ণিমা পৰিব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ধ্ৰুৱ যোগ আৰু ব্যাঘাত যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু পাছত হস্তা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে লক্ষ্মী দেৱীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ১১ এপ্ৰিল ৰবি যোগৰ প্ৰভাৱত সম্পদৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ পেছাগত জীৱনত কাইলৈ বৃহৎ উন্নতি কৰিব পাৰিব৷ নিজৰ আৰ্থিক অৱস্থা বহুপৰিমানে মজবুত হব৷ কাইলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত কাইলৈ সকলো কামেই পছন্দ অনুসৰি কৰিব পাৰিব৷ অফিচত কামত পৰিবেশ আপোনাৰ বাবে অনুকূল থাকিব৷ কাইলৈ কামত আৰু বেছি মনোযোগ দিব পাৰিব৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য উপচি পৰিব কন্যা ৰাশিৰ জীৱনত৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল লাভ কৰিব৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত সুখ থাকিব৷

বৃশ্চিক ৰাশি

কাইলৈ শুক্ৰবাৰে নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ এই ব্যৱসায়ে আপোনাৰ ভৱিষ্যতক সুৰক্ষিত কৰি তুলিব৷ কাইলৈ সন্ধিয়া পৰিয়ালৰ লোকে আপোনাৰ চাৰপ্ৰাইজ পাৰ্টি দিব পাৰে৷ কাইলৈ বহু পুৰণি বন্ধুৰ সৈতে দেখা হব পাৰে৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ কাইলৈ পাবলগীয়া ধন লাভ কৰিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে থকা সকলো সমস্যা দূৰ হৈ সংসাৰত সুখ শান্তিৰ পৰিবেশ উভতি আহিব৷ কাইলৈ শুক্ৰবাৰে সম্পত্তি কিনাৰ সুযোগ পাব ধনু ৰাশিৰ জাতকে৷

মকৰ ৰাশি

কাইলৈ দিনটো লাভজনক হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ সকলোৰে সৈতে আনন্দ কৰি কাইলৈৰ দিনটো কটাব পাৰিব৷ ব্যৱসায়ৰ দিশৰ পৰাও কাইলৈ শুকুৰবাৰৰ দিনটো আপোনাৰ বাবে শুভ হব৷ ধ্ৰুৱ যোগৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত পৰিবেশ অনুকূল থাকিব৷ অফিচত সহকৰ্মীসকলৰ পৰা সাহায্য পাব পাৰে মকৰ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
Next Post
বুধৰ মাৰ্গী দশাত জীৱনত সুখ বাঢ়িব ৪ৰাশিৰ! কাৰ কাৰ পূৰণ হ’ব গাড়ী-ঘৰ ক্ৰয়ৰ সপোন?

বুধৰ মাৰ্গী দশাত জীৱনত সুখ বাঢ়িব ৪ৰাশিৰ! কাৰ কাৰ পূৰণ হ’ব গাড়ী-ঘৰ ক্ৰয়ৰ সপোন?

চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

চীনা নাগৰিকৰ সৈতে প্ৰেম, শাৰীৰিক ঘনিষ্ঠতা নিষিদ্ধ কৰিলে আমেৰিকাই, কূটনীতিকৰ বাবে এই নতুন কঠোৰ নীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.