• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’

NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’

11 months ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

17 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

29 minutes ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

48 minutes ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

58 minutes ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

1 hour ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

12 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

12 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

15 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’

editor by editor
April 11, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’

১০ এপ্ৰিলত দিল্লীৰ আদালতত শুনানিৰ সময়ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কয় যে মুম্বাইৰ দৰে দেশৰ আন চহৰতো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তাহাউৰ ৰানাই। বিশেষ ন্যায়াধীশ চন্দ্ৰজিৎ সিঙৰ আদালতত এই দাবী উত্থাপন কৰে এন আই এয়ে। শুনানিৰ অন্তত ন্যায়াধীশে তাহাউৰ ৰানাক ১৮ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ কৰে।

ন্যায়াধীশে এন আই এৰ ন্যায়াধীশ চন্দ্ৰজিৎ সিঙক এই নিৰ্দেশনা প্ৰদান কৰি কয় যে, এন আই এক প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে তহাউৰ ৰানাৰ চিকিৎসা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিকল্প দিনত তাহাউৰক নিজৰ অধিবক্তাক লগ কৰিবলৈ দিয়া উচিত।

অৱশ্যে এই বৈঠক কেৱল এন আই এৰ বিষয়াৰ উপস্থিতিতহে হ’ব। তাহাৱুৰ ৰাণা আৰু তেওঁৰ অধিবক্তাৰ মাজত হোৱা বৈঠকৰ সময়ত এন আই এৰ বিষয়াজনে দূৰৈত থিয় দিব লাগিব, কিন্তু দুইজনৰ কথা শুনিব পৰাকৈ দূৰৈতহে থিয় দিব লাগিব।

শুনানিৰ সময়ত এন আই এয়ে যুক্তি দিছিল যে মুম্বাই আক্ৰমণৰ সমগ্ৰ ষড়যন্ত্ৰ উন্মোচন কৰিবলৈ বিতং জেৰাৰ প্ৰয়োজন হ’ব আৰু তেওঁক আক্ৰমণৰ স্থানলৈ লৈ যোৱাৰ প্ৰয়োজন হ’ব যাতে অপৰাধস্থলী ৰি ক্ৰিয়েট কৰিব পৰা যায়।

শুনানিৰ সময়ত আদালতত উপস্থিত থাকে NIA DIG, এজন আই জি আৰু দিল্লী আৰক্ষীৰ পাঁচজন DCP। বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয় তাহাউৰ ৰানাক। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহউৰ ৰানাক ভাৰতলৈ অনাটো ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় বুলি বিবেচিত হৈছে।

উল্লেখযোগ্য যে ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও শ শ লোক আহত হৈছিল। এই আক্ৰমণত মুম্বাই আৰক্ষীৰ তিনিজন জ্যেষ্ঠ বিষয়াকে ধৰি বহু আৰক্ষী শ্বহীদ হয়। এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১০ টা সন্ত্ৰাসবাদীয়ে। ইয়াৰে এজন সন্ত্ৰাসবাদী আজমল কাছাব জীৱিত অৱস্থাত ধৰা পৰিছিল আৰু ২০১২ চনত ফাঁচী দিয়া হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbai attackTahaur Rana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
Next Post
কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

কিয় কাজলে কোনোদিনে পিতৃ কিম্বা মাতৃৰ উপাধী গ্ৰহণ নকৰিলে

গণিত নে জ্যোতিষ, প্ৰথমে কি আহিছিল? ইতিহাসে কি কয় ?

গণিত নে জ্যোতিষ, প্ৰথমে কি আহিছিল? ইতিহাসে কি কয় ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.