• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত

মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত

1 year ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

1 minute ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

20 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

1 hour ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

3 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

5 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত

editor by editor
April 18, 2025
in বিবিধ, বিশ্ব
0
মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃৰ বন্দুক আনি হঠাতে বিশ্ববিদ্যালয় চৌহদত গুলী, ২ নিহত- ৫ আহত

আমেৰিকাৰ ফ্ল’ৰিডা ইউনিভাৰচিটিত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱকে হঠাতে বিশ্ববিদ্যালয় কেম্পাছত নিৰ্বিচাৰে গুলী বৰ্ষণ কৰি বহু লোকক আহত কৰে। এই ঘটনাত গুলী লাগি প্ৰাণ হেৰুৱাই ২ গৰাকীয়ে। আনহাতে ৫ গুলীবিদ্ধ।

স্থানীয় সময় অনুসৰি বৃহস্পিত বাৰ ১৭ এপ্ৰিল তাৰিখে দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ পিছত সমগ্ৰ কেম্পাছত আতংক বিয়পি পৰে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে গুৰুতৰ অৱস্থাত থকা আহত সকল বৰ্তমানে হাস্পতালত চিকিৎসাধীন।

ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটি (এফ এছ ইউ)ৰ গোচৰত শ্বুটাৰ হিচাপে চিনাক্ত হৈছে ফিনিক্স আইকনাৰ। আইকনাৰৰ বয়স ২০ বছৰ। ইয়াৰ উপৰিও আইকনাৰ লিঅ’ন কাউন্টি শ্বেৰিফৰ ডেপুটিৰ পুত্ৰ আৰু লিঅ’ন কাউন্টি শ্বেৰিফৰ কাৰ্যালয় (এল চি এছ অ’) যুৱ পৰামৰ্শদাতা পৰিষদৰ সদস্য। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাত আইকনাৰে মাতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল।

ইউনিভাৰ্চিটিৰ টালাহাচি কেম্পাছত গুলীচালনা হোৱাৰ লগে লগে সমগ্ৰ কেম্পাছটোত লকডাউনত ঘোষণা কৰা হয়। সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় কেম্পাছ। উল্লেখ্য যে , এই কেম্পাছত ৪২ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America UniversityFiring CaseFlorida University
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
Next Post
ভোডাফোন আইডিয়াৰ সেৱা একেবাৰে নিম্ন? ব্যৱহাৰকাৰীৰ বহু অভিযোগ

ভোডাফোন আইডিয়াৰ সেৱা একেবাৰে নিম্ন? ব্যৱহাৰকাৰীৰ বহু অভিযোগ

আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল’ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

আজি বিশ্ব যকৃত দিৱস, গ্ৰীষ্মকালত কিদৰে ল'ব ইয়াৰ যত্ন, আজিয়ে ত্যাগ কৰক এই অভ্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.