• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

1 year ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

45 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

2 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

2 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

3 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

3 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

6 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

17 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

editor by editor
April 18, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই কাকো অনুৰোধ নকৰো, আদেশ দিও’, দিগন্ত ভাৰতী সন্দৰ্ভত জুবিনৰ বিশেষ মন্তব্য

চানমাৰী বিহুত সংঘটিত হোৱা বহু বিতৰ্কিত ঘটনাত বৰ্তমানে ৰাজ্যজুৰি শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। শিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ বাবে চানমাৰী বিহু সমিতিয়ে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে বহু শিল্পীয়ে৷

এইবাৰ দিগন্ত ভাৰতীৰ হৈ মাত মাতিছে জুবিন গাৰ্গে। এটা সময়ত জুবিনৰ অতিকে জনপ্ৰিয় বহু কেইটা গীতৰ লিখক আছেল ভাৰতী। তাৰে ভিতৰত ‘মন যায়’, ‘মনে উভতি আহে লৰালি’ আদি অন্যতম।

জুবিনে দিগন্ত ভাৰতীৰ হৈ মাত মাতি কয় যে, চানমাৰি বিহু কমিটিয়ে দিগন্ত ভাৰতীয় ক্ষমা খোজক।

লগতে ইয়াকো কয় যে, ‘এয়া অনুৰোধ নহয়৷ জুবিন গাৰ্গৰ এয়া আদেশ৷ মই কাকো অনুৰোধ নকৰো, আদেশ দিও৷’

কালি নিশা নলবাৰীৰ হেলেচাত জুবিন গাৰ্গৰ বিহু অনুষ্ঠান আছিল। সেই অনুষ্ঠানে জুবিনে তেওঁৰ বন্ধু দিগন্ত ভাৰতীক বিহু সমিতিয়ে কৰা অপমান সন্দৰ্ভত এই মন্তব্য কৰে৷

কেৱল জুবিনেই নহয়, বহু কেইগৰাকী শিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ো মাত মাতে দিগন্ত ভাৰতীৰ হৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AsamBihu FunctionChandmariChandmari Bihu CommitteeDiganta Bhartiguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
Next Post
কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ১৯ এপ্ৰিলত এই ৫ ৰাশিৰ সলনি হ'ব ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.