• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

11 months ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

15 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

1 hour ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

2 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

3 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

17 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

editor by editor
April 18, 2025
in জীৱনশৈলী, লেখা
0
নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ ১০ দিন পাছতেই আগন্তুক ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ শনি৷ ৩ অক্টোবৰ পৰ্যন্ত শনিয়ে এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ নিজৰ ঘৰত বিৰাজ কৰি আৰু ক্ষমতা বঢ়াব গ্ৰহৰাজে৷ জানি থওক পূৰ্বভাদ্ৰপদত শনিৰ গোচৰৰ ফলত কেৰিয়াৰত বিপুল উন্নতি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত চাকৰিত পদোন্নতি হ’ব পাৰে বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ কেৰিয়াৰত স্থিৰতা আহিব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱেও লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ নতুন কোনো প্ৰকল্পত বিনিয়োগ কৰি লাভৱান হ’ব৷ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

মিথুন ৰাশি

উত্তৰভাদ্ৰপদ নক্ষত্ৰত শনিৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি নিজৰ সকলো ৰৈ থকা কাম সম্পন্ন কৰিব পাৰিব৷ চাকৰিত যাৱতীয় সমস্যা আঁতৰিব৷ আয় বাঢ়িব৷ আৰ্থিক পৰিস্থিতি মজবুত হব মিথুন ৰাশিৰ জাতকৰ৷ বিবাহৰ কথাও পাক্কা হ’ব পাৰে৷

কৰ্কট ৰাশি

শনিৰ নক্ষত্ৰ সলনিৰ প্ৰভাৱত কেৰিয়াৰত উচ্চপদ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ অফিচত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ পুৰণি বিনিয়োগৰ পৰাও আৰ্থিকভাৱে লাভৱান হ’ব৷

মকৰ ৰাশি

উত্তৰভাদ্ৰপদ নক্ষত্ৰত শনিৰ গোচৰ লাভজনক হ’ব পাৰে মকৰ ৰাশিৰ জাতকৰ বাবে৷ ২৮ এপ্ৰিলৰ পৰা সম্পদ আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ নতুন চাকৰি পাব পাৰে৷ সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ এই সময়ত আপোনাৰ প্ৰতিভা বিকশিত হ’ব৷

কুম্ভ ৰাশি

২৮ এপ্ৰিলৰ পৰা কৰ্মফলৰ দেৱতা শনিৰ আশীৰ্বাদ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি বা দৰমহাবৃদ্ধি হোৱাৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত যি সমস্যা আছে সেই সমস্যাৰ সমাধান হব৷ নিজৰ বেংক বেলেন্স বহু পৰিমাণে বৃদ্ধি পাব৷ নতুন কোনো সুযোগে আপোনাৰ বাবে অপেক্ষা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক
বাণিজ্য

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
Next Post
মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.