• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

2 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

39 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

editor by editor
April 18, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সফল সামৰণি৷ এই ভ্ৰমণৰ অন্ততঃ মুখ্যমন্ত্ৰীয়ে লিখিছে-
কাৰ্বি আংলং অঞ্চল আৰু ইয়াৰ দুখন জিলা- কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙে অসমৰ উন্নয়নৰ যাত্ৰাত যথেষ্ট গুৰুত্ব বহন কৰি আহিছে। অতীতৰ কংগ্রেছ চৰকাৰৰ দ্বাৰা বহু বছৰৰ অৱহেলাৰ পাছত আমাৰ চৰকাৰে অঞ্চলটোত উন্নয়নমূলক কাৰ্যসূচী দ্ৰুতগতিত আগবঢ়াই নিছে যাতে ই অসমৰ আন অংশৰ সৈতে উন্নয়নৰ সমতা স্থাপন কৰিব পাৰে। ২০২১ চনত আমি ৬টা সশস্ত্ৰ সংগঠনৰ সৈতে ঐতিহাসিক নিষ্পত্তি চুক্তি স্বাক্ষৰ কৰিছিলোঁ— যাৰ জৰিয়তে কেডাৰসকলে হিংসাৰ বাট এৰি মূলসুঁতিত যোগদান কৰি অসমৰ বিকাশ আৰু প্রগতিৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰিছে।
আমাৰ ৰাজ্যৰ এই সুন্দৰ প্রান্তলৈ ২ দিনীয়া ভ্ৰমণ কৰি ১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টা উৎসৰ্গা কৰি আপ্লুত হৈছোঁ আৰু আমি আগবঢ়োৱা বিভিন্ন আঁচনি-নীতি ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতিৰ বুজ লওঁ।
আজি জ্যেষ্ঠ বিষয়া আৰু কাৰ্বি নেতৃত্বৰ সৈতে অঞ্চলটোত চলিত বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচীৰ পৰ্যালোচনা আৰু অঞ্চলটোৰ বাবে আমাৰ ভৱিষ্যতৰ দৃষ্টিভংগী ৰূপায়ণৰ বাবে এক ৰূপৰেখা নিৰ্ধাৰণ কৰিবলৈ এক বৈঠকত মিলিত হৈছিলোঁ।
বিস্তৃত বিষয়ৰাজিৰে আজিৰ আলোচনাৰ অন্যতম আছিল-
• এক বন্যপ্ৰাণী সংমণ্ডলৰ পুনৰ্গঠন আৰু সৃষ্টি
• দুয়ো জিলাত খনিজ অন্বেষণৰ সম্ভাৱনা
• ভূমি সংস্কাৰ- দীৰ্ঘদিন ধৰি স্থগিত থকা ভূমি বিবাদ সমাধান কৰি ভূমি হস্তান্তৰ প্ৰক্ৰিয়াসমুহ সৰল কৰাৰ ওপৰত এক বিশেষ গুৰুত্ব প্রদান
• ২০১১ আৰু ২০২১ বৰ্ষৰ নিষ্পত্তি চুক্তি ৰূপায়ণ আৰু প্ৰাক্তন কেডাৰসকলৰ কল্যাণ নিশ্চিত কৰা
• অমীমাংসিত আইনী বিধেয়কসমূহ
• লোক নির্মাণ, স্বাস্থ্য, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা, জনস্বাস্থ্য কাৰিকৰী আদিৰ দৰে বিভিন্ন বিভাগৰ দ্বাৰা আন্তঃগাঁথনি বিকাশ।
বিষয়াসকলৰ সৈতে বৈঠকৰ অন্তত নাগৰিকসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ সমস্যাবোৰ বুজ লৈছিলোঁ। তেওঁলোকে কাৰ্বি ভাষাৰ বিকাশ, শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ, আন্তঃগাঁথনি বিকাশৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দর্ভত দৃষ্টিগোচৰ কৰে। তেওঁলোকক আশ্বাস প্রদান কৰোঁ যে তেওঁলোকৰ সমস্যা বা দাবীসমূহ কাৰ্বি আংলঙৰ বাবে চৰকাৰৰ বিদ্যমান দৃষ্টিভংগীৰ সৈতে সংগতিপূর্ণ আৰু এইসমূহ নিষ্পত্তি বা সমাধান কৰাৰ বাবে আমি সৰ্বোচ্চ অগ্ৰাধিকাৰেৰে পদক্ষেপ গ্রহণ কৰি আছোঁ।
পৰ্যালোচনা বৈঠক আৰু জনসাধাৰণৰ সৈতে কথোপকথনৰ পাছত দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পদক্ষেপৰ সৈতে সম্পৰ্কিত অসম চৰকাৰৰ প্ৰচেষ্টাই অঞ্চলটোত বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব, মানুহৰ আশা-আকাংক্ষা পূৰণ কৰিব, আনহাতে তেওঁলোকৰ সুন্দৰ সংস্কৃতি আৰু প্ৰকৃতিক সুৰক্ষা প্রদান কৰিব।
মই পুনৰ কার্বি আংলংবাসী আৰু তেওঁলোকৰ উষ্ম সান্নিধ্যৰে জীপাল হ’বলৈ সোনকালে ইয়ালৈ আকৌ আহিবলৈ বাট চাই ৰৈছোঁ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

পাঁচ বছৰৰ পাছত আৰম্ভ হৈছে কৈলাশ, মানস সৰোবৰ যাত্ৰা, ঘোষণা কৰিলে বিদেশ মন্ত্ৰণালয়ে, কোন পথেৰে, কেনেকৈ যাত্ৰা কৰিব?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

৫৪ঘণ্টাৰ বাবে বিশেষ ৰাজযোগ! এই তিনি ৰাশিৰ উন্নতি কোনেও ৰখাব নোৱাৰে, এপ্ৰিলৰ কিমান তাৰিখে এই শুভ দিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.