দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল৷
অনুষ্ঠান পৰিবেশন কৰিবলৈ যাওতেই দুৰ্ঘটনাত পতিত জুবিনৰ দলটো৷
চাংসাৰি চৌকীগেট উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা৷
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনো শিল্পী৷
পাঠশালাত অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈ আছিল দলটো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















