• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

11 months ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

1 minute ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

1 hour ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

2 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

2 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

3 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

3 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

15 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

15 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

16 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

16 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

editor by editor
April 19, 2025
in জীৱনশৈলী
0
কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০ এপ্ৰিল ২০২৫ দেওবাৰে চন্দ্ৰই বৃশ্চিক এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সিদ্ধ যোগ সাধ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব পূৰ্বষাঢ়া নক্ষত্ৰ উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি জীৱনৰ নানান ক্ষেত্ৰত বিশেষ উন্নতি কৰিব পাৰিব৷ দাম্পত্য জীৱনো সুখ আৰু আনন্দৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব পাৰে৷ চৰকাৰী চাকৰি লাভৰ চেষ্টা কৰিছে যদি কাইলৈ সুখবৰ পাব পাৰে৷

কৰ্কট ৰাশি

কাইলৈ কোনো শুভ খবৰ পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত আপুনি নানান দিশৰ পৰা সাফল্য লাভ কৰিব৷ আপোনাৰ বিৰোধীয়ে কাইলৈ আপোনাৰ সন্মুখত পৰাস্ত হব৷ কাইলৈ যি কামতেই হাত দিব সেই কামতেই সাফল্য লাভ কৰিব৷ কাইলৈ কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াশুনাত সাফল্য লাভ কৰিব পাৰিব৷ কোনো বন্ধুৰ পৰা চাকৰিৰ প্ৰস্তৱ পাব পাৰে৷

তুলা ৰাশি

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমী তিথিত শুভ দিন চলিব তুলা ৰাশিৰ জাতকৰ৷ আৰ্থিক দিশৰ পৰা কাইলৈ দিনটো আপোনাৰ লাভজনক হব৷ উপাৰ্জনৰ নতুন পথ কাইলৈ আপোনাৰ সন্মুখত খোল খাব৷ ইয়াৰ ফলত কাইলৈ নিজৰ বেংক বেলেন্স বঢ়াব পাৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰে৷ কাইলৈ সকলো কামতেই বেছ উৎসাহ থাকিব আপোনাৰ৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে কাইলৈ সিদ্ধ যোগৰ প্ৰভাৱত বেছ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব৷ জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিব৷ কাইলৈ পৰিয়ালৰ সকলোকে আপুনি কিছু উপহাৰো দিব পাৰে৷ ইয়াৰ ফলত পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ ব্যৱসায়ীসকলে কাইলৈ বেছ কিছু অতিৰিক্ত আয় কৰিব পাৰিব৷ কাইলৈ বৃশ্চিক ৰাশিৰ জাতকৰ ব্যৱসায়ত লাভ বাঢ়িব৷

মীন ৰাশি

কাইলৈ ২০ এপ্ৰিলৰ দিনটো লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ সূৰ্যদেৱৰ কৃপাত কেৰিয়াৰক উন্নতিৰ পথত আগুৱাই নিব পাৰিব৷ কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ কাইলৈ নতুন চাকৰি পোৱাৰো সুযোগ আহিব পাৰে৷ কাইলৈ আপোনাৰ ঘৰলৈ কোনো অতিথিৰ আগমনো হ’ব পাৰে৷ পৰিকল্পনা কৰি নিজৰ কাম কৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?
জীৱনশৈলী

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

March 27, 2026
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

March 27, 2026
Next Post
বসুমতী যোগৰ প্ৰভাৱ, আগন্তুক সপ্তাহত সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

বসুমতী যোগৰ প্ৰভাৱ, আগন্তুক সপ্তাহত সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.