• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬/১১ৰ ১২ বছৰ

২৬/১১ৰ ১২ বছৰ

6 years ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

34 minutes ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

1 hour ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

1 hour ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

2 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

4 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

7 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

15 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২৬/১১ৰ ১২ বছৰ

editor by editor
November 26, 2020
in ভাৰত
0
২৬/১১ৰ ১২ বছৰ
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি এটা যুগ সম্পূর্ণ হ’ল দুঃসহ, ভয়াৱহ ঘটনাৰ। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত পাকিস্তানী সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ১২ বছৰ সম্পূর্ণ হ’ল৷ আজমল কাছভ সহ ১০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলী-বোমাৰে ৰাঙলি কৰিছিল মায়ানগৰী। জনবহুল অঞ্চল, হোটেলত নির্বিচাৰ গুলীবর্ষণ কৰিছিল নৃশংস সন্ত্ৰাসবাদীৰ দলটোৱে। ইয়াৰে আজমল কাছভ নামৰ সন্ত্ৰাসবাদীটোক জীৱন্তে কৰায়ত্ত কৰিছিল নিৰাপত্তাৰক্ষীয়ে। উক্ত আক্ৰমণত নিহত সুৰক্ষাকর্মীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে আজি এক অনুষ্ঠানৰ আয়োজন কৰিছে। দক্ষিণ মুম্বাই আৰক্ষীৰ মুখ‍্য কার্যালয়ত নৱনির্মিত স্মাৰক স্থলত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ ইয়াত শ্বহীদ সুৰক্ষাকর্মীৰ পৰিয়ালৰ লোক উপস্থিত থাকিব৷ মহাৰাষ্ট্ৰৰ ৰাজ‍্যপাল, মুখ‍্যমন্ত্ৰী উদ্ধৱ থাকৰে, গৃহমন্ত্ৰী অনিল দেশমুখ, আৰক্ষী মহানির্দেশক সুবোধ কুমাৰ জয়ছোৱাল, মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিং সহ বহু বিষয়াই শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব৷ উল্লেখ‍্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত লস্কৰ-ঈ-তৈবাৰ ১০ টা সন্ত্ৰাবাদী মুম্বাইত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। এই আক্ৰমণত ১৮ গৰাকী সুৰক্ষাকর্মীৰ সৈতে ১৬৬ জন লোকৰ মৃত‍্যু হৈছিল। আহত হৈছিল বহু লোক৷ এই আক্ৰমণৰ প্ৰত‍্যুত্তৰ দি এনএছজি আৰু অন্যান্য সুৰক্ষাকর্মীয়ে ৯টা সন্ত্ৰাসবাদীক হত‍্যা কৰিছিল।  জীৱন্তে কৰায়ত্ত আজমল কাছভক ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচীকাঠত ওলমোৱা হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24mumbai attackmumbai attack by terrorist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

দিল্লীৰ পৰা পোনে পোনে নৱগ্ৰহত অজিত কুমাৰ ভূঞা

দিল্লীৰ পৰা পোনে পোনে নৱগ্ৰহত অজিত কুমাৰ ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.