দিল্লীৰ পৰা পোনে পোনে নৱগ্ৰহ শ্মশানত উপস্থিত সাংসদ অজিত কুমাৰ ভূঞা। পুৰণি স্মৃতি ৰোমন্থন কৰিলে সাংসদ ভূঞাই।