• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

একশ্ব্যন আৰম্ভ...! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

editor by editor
April 23, 2025
in জীৱনশৈলী
0
একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মঙলবাৰে কাশ্মীৰৰ পহেলগামৰ উপত্যকাত সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ হেৰুৱাইছে ২৭গৰাকী পৰ্যটকে৷ তাৰ কেইঘণ্টাৰ ভিতৰতেই এইবাৰ গুলিৰ শব্দ শুনা গৈছে কুলগামৰ পৰা৷ দক্ষিণ কাশ্মীৰৰ কুলগামত পুৱাৰে পৰাই সন্ত্ৰাসবাদীসকলক বিচাৰি চলিছে তালাছি অভিযান৷ জম্মু কাশ্মীৰৰ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি টাঙ্গিমাৰ্গ এলেকাত শুনা গৈছে গুলিৰ শব্দ৷
ধাৰণা কৰা হৈছে, পহেলগাওঁৰ পৰা মাত্ৰ ৬০ কিঃমিঃ দূৰৈৰ কুলগামতেই লুকাই আছে সন্ত্ৰাসবাদীসকল৷ সেনা জোৱানৰ সৈতে গুলিৰ যুঁজ আৰম্ভ হৈছে বুলি প্ৰাথমিক ভাৱে জনা গৈছে৷ এতিয়াও অৱশ্যে এই খবৰ নিশ্চিত কৰা নাই ভাৰতীয় সেনা বা প্ৰশাসনে৷ বুধবাৰে বিয়লীৰ পৰা দুইতৰফৰ পৰা গুলিৰ শব্দ শুনা গৈছে৷ পাক সন্ত্ৰাসবাদী লস্কৰ ই তৈবাৰ ভগ্নী সংগঠন দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টৰ ঘাতক বাহিনীৰ আক্ৰমণত মঙলবাৰে দুপৰীয়া অনন্তনাগ জিলাৰ পৰ্যটনকেন্দ্ৰ পহেলগামৰ বৈছৰণ উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণত ২৬গৰাকী পৰ্যটক আৰু স্থানীয় এগৰাকী খচ্চৰ চালকে প্ৰাণ হেৰুৱাইছে৷ প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে নিয়ন্ত্ৰণৰেখা এল ও চি পাৰ হৈ অনুপ্ৰৱেশকাৰী দলটো আহিছিল আৰু নৰসংহাৰ চলাইছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.