• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

1 year ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

18 seconds ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

32 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

50 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

4 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

editor by editor
April 23, 2025
in জীৱনশৈলী
0
শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনি আৰু ৰাহুৰ যুঁটি বেছ তাৎপৰ্যপূৰ্ণ৷ বিভিন্ন সময়ত গ্ৰহসমূহে ৰাশি পৰিবৰ্তন কৰি থাকে৷ যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ দেশ দুনীয়াৰ ওপৰতো পৰে ইয়াৰ প্ৰভাৱ৷ মায়াবী গ্ৰহ ৰাহু, মীন ৰাশিত ভ্ৰমণ কৰিছে৷ আৰু সেই ৰাশিত ২৯ এপ্ৰিলত উপস্থিত হ’ব কৰ্মফলদাতা শনিদেৱ৷ যাৰ ফলত এই দুই গ্ৰহৰ যুঁটি নিৰ্মিত হৈছে৷ ৰাহু আৰু শনিৰ এই যুঁটিৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ জানি থওক লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

এই যুঁটি আপোনাৰ কুণ্ডলীৰ কৰ্মস্থানত তৈয়াৰ হৈছে৷ এই সময়ত আপোনাৰ কাম, ব্যৱসায়ৰ দিশত সাফল্যৰ যোগ আছে৷ ইয়াৰ সৈতে চাকৰিত পদোন্নতিৰো যোগ আছে৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবৰ্তন হ’ব৷ চাকৰিত কোনো ডাঙৰ সাল সলনি হ’ব পাৰে৷ এই সময়কালত নতুন কোনো প্ৰজেক্টৰ আৰম্ভণিৰ বাবে ভাল সময়৷ কোনো সুযোগ আহিব পাৰে৷ সৰু কোনো পদক্ষেপতেই ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ ব্যৱসায়ীয়ে ভাল ধনলাভ কৰিব৷

তুলা ৰাশি

আপোনাৰ বাবে ৰাহু আৰু শনিৰ যুঁটি লাভপ্ৰদ হব৷ এই যুঁটি আপোনাৰ ৰাশিৰ ষষ্ঠস্থানত থাকিব পাৰে৷ আইনী কোনো গোচৰত সাফল্য পাব পাৰে৷ শত্ৰুক সহজে পৰাস্ত কৰিব পাৰিব৷ এই সময়ত আয়ৰ ৰাস্তা প্ৰশস্ত হব৷ কোনো ৰৈ থকা টকা এইবাৰ হাতলৈ আহিব পাৰে৷ বিনিয়োগৰ বাবে এই সময় উন্নত৷ পাৰিবাৰিক অৱস্থা ভাল হ’ব৷ পৰিয়ালত সুখ শান্তি থাকিব৷ জীৱনসংগীৰ সৈতে মিলি আৰ্থিক যোজনা ভাল হব৷ আপোনাৰ বহু কামত সিদ্ধি আহিব৷ চাকৰিয়ালৰ পদোন্নতি হব পাৰে৷

ধনু ৰাশি

এই সময়ত কিছু সুখ সুবিধা পাব পাৰে৷ এই যোগ দুৰ্লভ যোগ হব পাৰে৷ ৰিয়েল এষ্টেট, সম্পত্তি, মাটি এই সংক্ৰান্তীয় ক্ষেত্ৰত যদি আপোনাৰ ব্যৱসায় থাকে তেন্তে আপুনি ভাল লাভ পাব৷ আপোনাৰ সুখ সুবিধা বাঢ়িব৷ বাহন কিনাৰ চখ থাকিলে সেয়া পূৰণ হব৷ কোনো যোজনাত দীৰ্ঘদিন ধৰি ধৰি ধন ৰৈ থাকিলে ইতিবাচক পৰিণাম পাব৷ শ্বেয়াৰ বজাৰৰ পৰাও লাভ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক
জীৱনশৈলী

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

July 11, 2026
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
Next Post
সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

বুধ-বৃহস্পতিৰ মহামিলনত কঁপাল ফুলিব ৩ৰাশিৰ! হঠাৎ হাতলৈ আহিব ধন, সুখৰ সময় কটাব কোন কোন ৰাশিৰ জাতকে?

বুধ-বৃহস্পতিৰ মহামিলনত কঁপাল ফুলিব ৩ৰাশিৰ! হঠাৎ হাতলৈ আহিব ধন, সুখৰ সময় কটাব কোন কোন ৰাশিৰ জাতকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.