• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমটো বলত ৬ কোবাবলৈ ভয় নকৰা বৈভৱে কোন বলাৰৰ নাম শুনিলেই ভয় কৰে

প্ৰথমটো বলত ৬ কোবাবলৈ ভয় নকৰা বৈভৱে কোন বলাৰৰ নাম শুনিলেই ভয় কৰে

1 year ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

1 hour ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

1 hour ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

2 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰথমটো বলত ৬ কোবাবলৈ ভয় নকৰা বৈভৱে কোন বলাৰৰ নাম শুনিলেই ভয় কৰে

editor by editor
April 29, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথমটো বলত ৬ কোবাবলৈ ভয় নকৰা বৈভৱে কোন বলাৰৰ নাম শুনিলেই ভয় কৰে
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমটো বলত ৬ কোবাবলৈ ভয় নকৰা বৈভৱে কোন বলাৰৰ নাম শুনিলেই ভয় কৰে

৩৫ টা বলত ১০১ ৰান কৰি অভিলেখ ৰচা ১৪ বছৰীয়া বৈভৱ এতিয়া সকলোফালে চৰ্চিত। এই শতকীয় ইনিংছত বৈভৱে কোবাই ৭ টা চাৰি আৰু ১১ টা ছয়। বৈভৱৰ বাবেই খেল খনত গুজৰাটৰ বিৰুদ্ধে ৮ উইকেটত জয় লাভ কৰে ৰাজস্থান দলে।

কিন্তু খেল খনত সকলো ভাৰতবাসী তথা বিশ্ববাসীৰে দৃষ্টি কাঢ়ে বৈভৱৰ মাথো ৩৫ টা বলত কৰা শতকীয় ইনিংছে। এই খেল খনত মেন অফ দা মেচৰ খিতাপো লাভ কৰে বৈভৱে। খেলৰ পাছত বৈভৱক প্ৰশ্ন কৰোতে বহুতো বহু ধৰণৰ।

১০০ ৰানৰ বিষয়ে সোধাত কয়- বহুত ভাল লাগি আছে, এয়া মোৰ আই পি এলৰ প্ৰথম শতক। বিগত বহু দিন ধৰি ইয়াৰ বাবে প্ৰস্তুতি চলাই আছিলো। তাৰে ফল পালো। মই কোনোদিনে খেলপথাৰ নাচাও, কেৱল বলটোৰ ওপৰত মনোযোগ দিও।

তাৰ পাছতে পুনৰ বৈভৱক সোধা হয়- খেলপথাৰত কেতিয়া ভয় লাগে, বা কোন বলাৰক ভয় লাগে। তেতিয়া অকনো সময় নষ্ট নকৰাকৈ বৈভৱে টপৰাই উত্তৰ দিয়ে- ‘নাই তেনে কোনো কথা নাই’। বৈভৱৰ এনে কথা শুনি এতিয়া দৰ্শকেও বাঃ বাঃ দিছে।

https://x.com/Loyalsachfan10/status/1917038627500265934

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshicricketInterview
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
কাইলৈ ৩০ এপ্ৰিল তাৰিখে অক্ষয় তৃতীয়াৰ দিনা ৪ ৰাশিৰ বৃদ্ধি পাব সমস্যা, হ’ব পাৰে লোকচান

কাইলৈ ৩০ এপ্ৰিল তাৰিখে অক্ষয় তৃতীয়াৰ দিনা ৪ ৰাশিৰ বৃদ্ধি পাব সমস্যা, হ'ব পাৰে লোকচান

চীনৰ ৰেষ্টোৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ২২ জনে হেৰুৱালে প্ৰাণ

চীনৰ ৰেষ্টোৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ২২ জনে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.