• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

1 year ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

42 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

editor by editor
May 9, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

ভাৰতীয় সেনাৰ দপদপনিত কঁপি উঠিছে পাকিস্তান সেনা। অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তানী সেনা এতিয়া দুটা ভাগত বিভক্ত। প্ৰথমে ভাৰতীয় সেনাই পাকিস্তানৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। ইয়াৰ পিছত যেতিয়াই পাকিস্তানী সেনাই ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই প্ৰতিটো আক্ৰমণ বিফল হৈছে ভাৰতৰ হাতত।

ভাৰতে সফলতাৰে পাকিস্তানৰ ৮টা ক্ষেপণাস্ত্ৰ আৰু যুদ্ধ বিমান ধ্বংস কৰি পেলায়। লগতে পাকিস্তান বায়ুসেনাৰ ‘AWACS’কো ধ্বংস কৰে। তেতিয়াৰ পৰাই পাকিস্তানী সেনাই অবিৰতভাৱে পৰাজয়ৰ সন্মুখীন হৈ আহিছে। পৰাজয়ৰ গৰাহত এতিয়া পাকিস্তান।

তাৰে মাজতে ওলাইছে এক ডাঙৰ খবৰ। দুটা ভাগত বিভক্ত হৈছে পাকিস্তানী সেনা। খবৰ অনুসৰি পাকিস্তান সেনা প্ৰধান অসীম মুনিৰক জিম্মাত লোৱা হৈছে। তেওঁৰ বিৰুদ্ধে ব্যক্তিগত এজেণ্ডা চলোৱাৰ অভিযোগ।

অতি সোনকালে অসীম মুনিৰক পদৰ পৰা অপসাৰণ কৰা হ’ব। কোৱা হৈছে যে অসীম মুনিৰৰ পিছত ছাহিৰ ছামছাদ মিৰ্জাক নতুন সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হব পাৰে।

ছাহিৰ ছামছাদ মিৰ্জাক শ্বাহবাজ শ্বৰীফৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। লেফটেনেণ্ট জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জা যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ। পাকিস্তান সেনাবাহিনীত মুখ্য জেনেৰেল ষ্টাফ (চিজিএছ) হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে মিৰ্জা সামৰিক অভিযান সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Air Forceindian armyIndian Pakistan WarIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ৪৩০ খন বিমান বাতিল, ২৭ টা বিমানবন্দৰ বন্ধ

উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ৪৩০ খন বিমান বাতিল, ২৭ টা বিমানবন্দৰ বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.