• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত

12 months ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

27 minutes ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

37 minutes ago
তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

54 minutes ago
ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

1 hour ago
বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

2 hours ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

3 hours ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

4 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

5 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত

editor by editor
May 11, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত
0
SHARES
402
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছত আজি দেওবাৰে সন্ধিয়া তিনি সেনা প্ৰমুখে অপাৰেচন সিন্দূৰক লৈ এক সংবাদমেল অনুষ্ঠিত কৰে। এই সময়ত DGMO ৰাজীৱ ঘাইয়ে অপাৰেচন সিন্দূৰ সন্দৰ্ভত বহু কথা কয়।

ঘাইয়ে কয় যে অপাৰেচন সিন্দুৰৰ লক্ষ্য আছিল সন্ত্ৰাসবাদৰ অন্ত পেলোৱা। ভাৰতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত কৰা আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়।

ভাৰতীয় সেনাই কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল বুলিও উল্লেখ কৰে। লগতে ইয়াকো কয় যে, এই আক্ৰমণত সন্ত্ৰাসবাদীৰ লগতে ৩৫ৰ পৰা ৪০ গৰাকী মান পাক সেনাও নিহত হৈছে।

ভাৰতীয় সেনাৰো কিছু ক্ষতি হয় এই আক্ৰমণত। এই অপাৰেচন সিন্দূৰত ৫ ভাৰতীয় জোৱানৰ শ্বহীদ হয়। আজিৰ এই সংবাদমেন যোগে সদৰি কৰে এই বিষয়ে।

আজিৰ এই বৈঠকত ভাৰতীয় সেনাই স্পষ্ট কৰি কয় যে, আজি যদি এই যুদ্ধ বিৰতিতো নিৰ্লজ পাকিস্তানে আক্ৰমণ কৰে, তেন্তে ভাৰতৰ ফালৰ পৰা দুগুণ শক্তিৰে উত্তৰ দিয়া হব পাকিস্তানক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Pakistan Waroperastion sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

May 4, 2026
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী
জীৱনশৈলী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

May 4, 2026
ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?
অসম

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

May 4, 2026
বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?
অসম

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

May 4, 2026
Next Post
দৈনিক ৰাশিফল- আজি বুদ্ধ পূৰ্ণিমাত কুম্ভ জয়ন্তীত স্বাতী নক্ষত্ৰ, কাৰ ভাগ্যত কি আছে

অতিকে শোকাৱহ, ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩ গৰাকীয়ে, ৩০ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন