• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

1 year ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

20 minutes ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

56 minutes ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

2 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

3 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

3 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

6 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

editor by editor
May 14, 2025
in জীৱনশৈলী
0
১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ দেৱগুৰু বৃহস্পতি জ্ঞান আৰু বুদ্ধিৰ কাৰক বুলি বিবেচিত৷ প্ৰায় ১৩ মাহৰ পাছত এটা ৰাশি এৰি অন্য ৰাশিত গমন কৰিব বৃহস্পতিয়ে৷ এটা ৰাশিচক্ৰ সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ বৃষ ৰাশিত আছিল দেৱগুৰু৷ আজি ১৪ মে বৃহস্পতিয়ে শুক্ৰৰ ঘৰ বৃষ এৰি বুধৰ ঘৰ অৰ্থাৎ মিথুনত প্ৰৱেশ কৰিব৷ আগন্তুক ১৮ অক্টোবৰ পৰ্যন্ত মিথুনতেই থাকিব দেৱগুৰু৷ তাৰপাছতেই মিথুনৰ পৰা বাহিৰলৈ ওলাই বৃহস্পতিয়ে চন্দ্ৰত প্ৰৱেশ কৰিব৷ আৰু বৃহস্পতিৰ এই ঘৰ সলনিৰ ফলত পাঁচ ৰাশিৰ ভাগ্য সলনি হব৷ জানি থওক কাৰ কাৰ কঁপাল ফুলিব?

বৃষ ৰাশি

বৃহস্পতিৰ ঘৰ সলনি বৃষ ৰাশিৰ বাবে লাভজনক হব৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব৷ চাকৰিয়ালৰ বাবে এই সময় ভাল৷ ব্যৱসায় আৰু সুৰক্ষিত হব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷

সিংহ ৰাশি

বৃহস্পতিৰ ৰাশি পৰিবৰ্তনত সিংহ ৰাশিৰ ভাগ্য উদয় হব৷ যিকোনো পৰিস্থিতিয়ে অনুকূল হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷ বিনিয়োগৰ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় দুঃচিন্তা কমিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰই বৃহস্পতিৰ গোচৰত ইতিবাচক ফল পাব৷ ব্যৱসায়ত বৃহৎ লাভ পাব৷ আত্মবিশ্বাসো বাঢ়িব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা আছে৷ সমাজত মান সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ জীৱনত সুখ, বিলাসিতা বাঢ়িব৷

ধনু ৰাশি

দেৱগুৰুৰ কৃপাত ধনু ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ চৰকাৰী চাকৰি লাভৰ সুযোগ আহিব পাৰে৷ আৰ্থিক সংকট দূৰ হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মক্ষেত্ৰত বিদেশ ভ্ৰমণৰ যোগ আছে৷

কুম্ভ ৰাশি

বৃহস্পতিৰ যাত্ৰাত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ওপৰত শুভ প্ৰভাৱ পৰিব৷ কেৰিয়াৰ সম্পৰ্কিত সমস্যাসমূহ শেষ হব৷ সৃজনশীল কামত যুক্ত ব্যক্তিয়ে কামত অগ্ৰগতি কৰিব৷ অৰ্থ সঞ্চয় কৰিব পাৰিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সম্পত্তি ক্ৰয়ৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

July 11, 2026
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
Next Post
মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.