• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

1 year ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

4 minutes ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

28 minutes ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

50 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

2 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

3 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

4 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

‘গান গোৱা কথাটো পানী টেপৰ চুইছ দিয়া কামটোৰ দৰে নহয়। চুইছ অফ কৰিলে পানী বন্ধ হ'ব আৰু চুইছ অন কৰিলে পানী ওলাব।’

editor by editor
May 14, 2025
in অসম, জীৱনশৈলী
0
চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?
0
SHARES
747
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেশৰ যুদ্ধকালীন পৰিস্থিতিক লৈ অসম চৰকাৰে বাতিল কৰিছিল ৰাজ্যত চলি থকা মঞ্চ বিহুৰ সমূহ প্ৰগ্ৰাম৷ কিন্তু শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ঘোষণা হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে পুনৰ বিহু অনুষ্ঠানসমূহ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷ অনুমতি প্ৰদানৰ পাছতেই প্ৰায়সংখ্যক কণ্ঠশিল্পীয়েই পূৰ্বে চুক্তিবদ্ধ হোৱা অনুষ্ঠানসমূহত অংশ লোৱাৰ বাবে সাজু হৈছে৷ তেনে সময়তেই কণ্ঠশিল্পী মানস ৰবীনে লৈছে সোঁতৰ বিপৰীত সিদ্ধান্ত৷ বিহুৰ অনুষ্ঠানৰ বাবে অনুমতি দিলেও মানস ৰবীনে এই বৰ্ষৰ বিহুৰ অনুষ্ঠান নকৰাৰ সিদ্ধান্ত লৈছে৷ কিয় তেওঁ অনুষ্ঠান নকৰে সেই বিষয়ক লৈ সামাজিক মাধ্যমত কৰিছে এটা বিশেষ পোষ্ট৷
মানস ৰবীনে লিখিছে, ‘৯মে’ তাৰিখে আমি দেশৰ বৰ্তমান পৰিস্থিতিৰ কথা হৃদয়ংগম কৰি আমাৰ পৰৱৰ্তী অনুষ্ঠানসমূহ বাতিল কৰিছিলো। বাতিল হোৱা অনুস্থানসমূহ
১০ মে’ গোলাঘাট,
১২মে’ মাজুলী,
১৪মে’ দলগাঁও,
১৫ মে’ নাৰায়ণপুৰ,
১৬ মে’ বিশ্বনাথ চাৰিআলি।
এতিয়া চৰকাৰে বিহু পাতিবলৈ অনুমতি দিছে। তথাপি আমি আৰু বিহু অনুষ্ঠান নকৰোঁ। অনুষ্ঠান কৰা, গান গোৱা কথাটো পানী টেপৰ চুইছ দিয়া কামটোৰ দৰে নহয়। চুইছ অফ কৰিলে পানী বন্ধ হ’ব আৰু চুইছ অন কৰিলে পানী ওলাব। এখন অনুষ্ঠানৰ বাবে আমি মন মগজু আৰু হৃদয়ক একত্ৰ কৰি সাজু হওঁ। ইয়াক কোনেও বাতুলতাৰ পৰ্যায়লৈ লৈ নাযায় যেন ।
দুখ লাগিছে বাদ্যযন্ত্ৰীসকললৈ আৰু বহু শিল্পীলৈ। যাৰ এই বছৰটোৰ সম্বল আছিল এই বিহু কেইখন।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
Next Post
প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

প্ৰথমজন বৌদ্ধ ধৰ্মাৱলম্বী, দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ পালে দেশে, থোৰতে জানি থওক ভি আৰ গাভাইৰ পৰিচয়

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.