• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

1 year ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

5 minutes ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

12 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

12 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

12 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

13 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

13 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

14 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

16 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

17 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

18 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

18 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

editor by editor
May 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত

পুনৰ বৃহৎ সফলতা লাভ সেনা জোৱানৰ। বহু মূল্য পুৰষ্কাৰ থকা কুখ্যাত নক্সালীয়ো নিহত। ছত্তীশগড় জিলাৰ নাৰায়ণপুৰত ডি আৰ জি জোৱান আৰু নক্সালবাদীৰ মাজত এক এনকাউণ্টাত এই সফলতা লাভ কৰে সেনাই। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আবুঝমাদ অঞ্চলত সংঘটিত এই এনকাউণ্টাৰত এতিয়ালৈকে ২৬ জন নক্সালবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে।

কোৱা হৈছে যে নিহত নক্সালৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। কেইবাজনো নক্সালবাদীৰ মৃতদেহ উদ্ধাৰৰ লগতে বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে। এই এনকাউণ্টাৰত এজন জোৱান শ্বহীদ হোৱাৰ লগতে এজন জোৱান আহত হোৱাৰ খবৰো প্ৰকাশ পাইছে।

নাৰায়ণপুৰ, বিজাপুৰ আৰু দনটেৱাড়া জিলাত অব্যাহত আছে নক্সালবাদী আৰু ডি আৰ জি জোৱানৰ মাজত মুখামুখি। পুৱাৰে পৰা মাদ অঞ্চলত অব্যাহত আছে গুলীচালনা।

লগতে এই খবৰো প্ৰকাশ পাইছে যে, এই এনকাউণ্টাৰত ১.৫ কোটি টকা শিৰৰ মূল্য থতা কুখ্যাত তথা শীৰ্ষ নক্সালবাদী বাসৱ ৰাজুও নিহত হৈছে। আন বহু বৃহৎ নক্সালবাদী নেতাকো হত্যা কৰাৰ খবৰ পোৱা গৈছে।

বুধবাৰে পুৱাৰে পৰা মাদৰ দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালৰ মাজত তীব্ৰ গুলীচালনা চলি আছিল। বিশেষকৈ আবুঝমাদৰ দৰে নক্সাল প্ৰভাৱিত অঞ্চলত এই অভিযানক ডাঙৰ সফলতা হিচাপে দেখা গৈছে য’ত তেওঁলোকৰ শক্তিশালী দুৰ্গ বুলি গণ্য কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyNakshalNakshli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.