• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

1 year ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

15 minutes ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

2 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

3 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

4 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

5 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

6 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

7 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

8 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

9 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

editor by editor
May 25, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য
0
SHARES
749
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰকাশ পাইছে নতুন অধিনায়কৰ নমাৰ লগতে দলৰ নাম। কিন্তু এই শৃংখলাৰ পৰা বাদ পৰিছে মহম্মদ ছামী। আঘাতৰ বাবে তেওঁ অন্তিমখন অষ্ট্ৰেলিয়া শৃংখলাতো খেলিব পৰা নাছিল।

সুস্থতাৰ পিছত ক্ৰিকেটলৈ ঘূৰি আহিলেও নিৰ্বাচকসকলে এতিয়াও ছামীক ইংলেণ্ডৰ বাবে ফিট বুলি ধৰা নাই। যাৰ পিছতে ছামিৰ ফিটনেছক লৈ পুনৰ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

দেশতেই হওক বা বিদেশতেই হওক, টেষ্ট ক্ৰিকেটত টিম ইণ্ডিয়াৰ অন্যতম নিৰ্ভৰযোগ্য খেলুৱৈ হৈছে ছামী। বুমৰাহৰ লগতে বলিঙত ছামী ভাৰতীয় দলৰ অন্যতম শক্তি।

কিন্তু এই মহাশক্তি মহম্মদ ছামী এতিয়া দলৰ পৰা দূৰত। পিটিআইয়ে ছামীৰ বিষয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দল পৰিচালনা সমিতিয়ে ছামীক অষ্ট্ৰেলিয়া ছিৰিজৰ বাবে দলত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ৰেডবল ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিছে ছামীয়ে নিজেই। কাৰণ ছামীৰ শৰীৰ এতিয়াও সাজু নহয় ৰেডবল ক্ৰিকেটৰ বাবে।

মহমম্দ ছামীয়ে অৱশ্যে এতিয়াও সুস্থতাৰ পৰা উঠাৰ পাছত ভাৰতীয় জাতীয় দলৰ সৈতে খেলা নাই, অৱশ্যে তেওঁ ৰঞ্জি ট্ৰফীত খেলিছিল। তথাপি মাত্ৰ ৪৩ অভাৰতহে বলিং কৰিছিল।

যদিও ছামীয়ে এইবাৰ আই পি এলত হায়দৰাবাদৰ হৈ খেলিছিল, তথাপি নিজৰ ফৰ্ম দেখুৱাব নোৱাৰিলে। ৯ খন মেচত মাত্ৰ ৬ টা উইকেটহে দখল কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India EnglandIndian BallerIndian CricketMohammad Swami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
Next Post
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.