• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুকুৰ বিষ নাই যদিও আপুনিও হৃদৰোগত আক্ৰান্ত হ’ব পাৰে! জানি থওক হৃদৰোগৰ অন্য ৫ লক্ষণ

বুকুৰ বিষ নাই যদিও আপুনিও হৃদৰোগত আক্ৰান্ত হ’ব পাৰে! জানি থওক হৃদৰোগৰ অন্য ৫ লক্ষণ

1 year ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 minutes ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

39 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

1 hour ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

14 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

15 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুকুৰ বিষ নাই যদিও আপুনিও হৃদৰোগত আক্ৰান্ত হ’ব পাৰে! জানি থওক হৃদৰোগৰ অন্য ৫ লক্ষণ

বুকুৰ বিষ নাই যদিও আপুনিও হৃদৰোগত আক্ৰান্ত হ'ব পাৰে! জানি থওক হৃদৰোগৰ অন্য ৫ লক্ষণ

editor by editor
May 30, 2025
in জীৱনশৈলী
0
বুকুৰ বিষ নাই যদিও আপুনিও হৃদৰোগত আক্ৰান্ত হ’ব পাৰে! জানি থওক হৃদৰোগৰ অন্য ৫ লক্ষণ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৃদৰোগ মানেই বুকুত অসহ্য বিষ হয় এই ধাৰণা সকলোসময়তে সঠিক নহয়। বহু ক্ষেত্ৰতেই হৃদযন্ত্ৰৰ সমস্যা জনা যায় অন্য ধৰণৰ উপসৰ্গৰ মাধ্যমেৰেও। কিন্তু অজ্ঞানতাৰ কাৰণে আমি সেইসমূহ লক্ষণ উপেক্ষা কৰি থাকো। অথচ চিকিৎসকৰ মতে এই নীৰৱ লক্ষণসমূহ সম্পৰ্কে সচেতন থকা অত্যন্ত জৰুৰী, কাৰণ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় কৰিবলৈ গলে চিকিৎসাৰ সাফল্যৰ আশা বহুপৰিমানে বাঢ়ি যায়। বুকুৰ বিষ অবিহনেও হৃদৰোগৰ পাঁচটা গুৰুত্বপূৰ্ণ লক্ষণ জানি থওক।

১. অস্বাভাৱিক ক্লান্তি আৰু দুৰ্বলতা

বিশেষ কোনো শাৰীৰিক পৰিশ্ৰম অবিহনেই যদি আপুনি দিনৰ পাছত দিন ধৰি ক্লান্ত বা দুৰ্বলতা অনুভৱ কৰে তেতিয়া হৃদযন্ত্ৰৰ সমস্যা হব পাৰে। যেতিয়া হৃদপিণ্ডই সঠিকভাৱে ৰক্ত পাম্প কৰিব নোৱাৰে তেতিয়াই দৈনন্দিন সাধাৰণ কাম কৰিলেও ফোঁপনি উঠে বা শৰীৰত অসহনীয় অৱসাদে ভৰ কৰে তেতিয়া অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

২. শ্বাসকষ্ট

খোজকঢ়া বা পাতল কোনো কাম কৰোতেও যদি সামান্যতেই শ্বাসকষ্ট হয় অথৱা বিশ্ৰাম লোৱাৰ সময়তো যদি শ্বাস লোৱাত কষ্ট অনুভৱ কৰে তেতিয়া এয়া হৃদৰোগৰ এক গুৰুতৰ লক্ষণ হব পাৰে। হৃদপিণ্ডৰ কাৰ্যক্ষমতা কমি গলে হাওঁফাওঁত তেজ জমা হব পাৰে যাৰ ফলত শ্বাসকষ্টই দেখা দিয়ে। বহু সময়ত নিশা টোপনিৰ সময়ত শ্বাসকষ্টত টোপনি ভাঙি যাব পাৰে।

৩. পেটত পানী জমা হোৱা বা ভৰি ফুলা

হৃদপিণ্ডই যেতিয়া দক্ষতাৰে কাম কৰিব নোৱাৰে তেতিয়াই ৰক্তনলীত চাপ বাঢ়ি যায় আৰু তৰল পদাৰ্থ শৰীৰৰ বিভিন্ন অংশলৈ বিশেষকৈ ভৰি বা পেটত জমা হবলৈ আৰম্ভ হয়। ইয়াৰ ফলত এই অংগসমূহ ফুলি যাব পাৰে যাক চিকিৎসাৰ পৰিভাষাত কোৱা হয় ইডিমা। হঠাৎ ওজন বাঢ়ি যোৱা বা ভৰি ফুলি যোৱাৰ অসুবিধা হলে এয়া পানী জমা হোৱাৰ লক্ষণ।

৪. মূৰ ঘূৰোৱা বা অজ্ঞান হৈ যোৱা

যদি মাজে মাজে মূৰ ঘূৰোৱা যেন অনুভৱ হয় বা চকু এন্ধাৰ লাগে অজ্ঞান হৈ পৰে তেন্তে এইসমূহ হৃদযন্ত্ৰৰেই সমস্যা হব পাৰে। মস্তিষ্কত তেজৰ সৰবৰাহ কমি গলে এই উপসৰ্গসমূহে দেখা দিব পাৰে। অনিয়মিত হৃদস্পন্দন বা হাৰ্ট ব্লকৰ দৰে সমস্যাও ইয়াৰ কাৰণ হব পাৰে।

৫. ক্ৰমাগত বমি বমি ভাৱ বা হজমৰ সমস্যা

বহু সময়ত হৃদৰোগৰ লক্ষণ হিচাপে ক্ৰমাগত বমি বমি ভাৱ, বদহজম বা পেটৰ ওপৰৰ অংশত অস্বস্তিয়ে দেখা দিব পাৰে। বিশেষকৈ শাৰীৰিক পৰিশ্ৰমৰ সময়ত যদি এই লক্ষণসমূহ বাঢ়ে তেন্তে উপেক্ষা কৰা উচিত নহয়। মহিলাসকলৰ বহুতেই এই ধৰণৰ লক্ষণক উপেক্ষা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
Next Post
ঘৰৰ মানি প্লাণ্ট সঠিক স্থানত ৰাখিছেনে? ভুল স্থানত মানি প্লাণ্ট থলেই হ’ব পাৰে লাভৰ সলনি ডাঙৰ লোকচান

ঘৰৰ মানি প্লাণ্ট সঠিক স্থানত ৰাখিছেনে? ভুল স্থানত মানি প্লাণ্ট থলেই হ'ব পাৰে লাভৰ সলনি ডাঙৰ লোকচান

পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.