• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

1 year ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

18 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

31 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

45 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

editor by editor
June 1, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

ভাৰতত সক্ৰিয় Covid-19 আক্ৰান্তৰ সংখ্যাই ৩,০০০ অতিক্ৰম কৰিলে। দেশৰ ভিতৰত কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি শনিবাৰ ৩১ মে’ পুৱালৈকে দেশত সক্ৰিয় ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ৩,৩৯৫ জন আছিল, যিটো পূৰ্বৰ সপ্তাহৰ তুলনাত প্ৰায় ১২০০ শতাংশ বৃদ্ধি পাইছে। ২২ মে’ত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৫৭ আৰু ২৬ মে’লৈকে এই সংখ্যা ১০১০, ৩১ মে’ লৈকে এই সংখ্যা ৩৩৯৫।

তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য কেৰালাত শুকুৰবাৰে ১৮৯ জন নতুনকৈ Covid আক্ৰান্ত হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা ১,৩৩৬ জন। ইয়াৰ পিছতে মহাৰাষ্ট্ৰ (৪৬৭), দিল্লী (৩৭৫), গুজৰাট (২৬৫), কৰ্ণাটক (২৩৪), পশ্চিম বংগ (২০৫), তামিলনাডু (১৮৫) আৰু উত্তৰ প্ৰদেশ (১১৭)। ৰাজস্থান (৬০), পুডুচেৰী (৪১), হাৰিয়ানা (২৬), অন্ধ্ৰ প্ৰদেশ (১৭) আৰু মধ্যপ্ৰদেশ (১৬)।

স্বাস্থ্য বিভাগে দিয়া আনুষ্ঠানিক তথ্য অনুসৰি ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ ২৮ জন লোকৰ মৃত্যু হৈছে। কেৱল ১টা দিনতেই ৪ জন লোকৰ মৃত্যু হৈছে (কেৰালাত ১ জন আৰু কৰ্ণাটকত ১ জন, পশ্চিম বংগত ২ জন)।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona viruscovidcovid 19Indian Covid Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিনটোত কেৰিয়াৰ উন্নতিৰ যোগ ৫ ৰাশিৰ

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিনটোত কেৰিয়াৰ উন্নতিৰ যোগ ৫ ৰাশিৰ

এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

এইবাৰ প্ৰিমিয়াৰ লীগে পাব নতুন চেম্পিয়ন, মুম্বাইক পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত পাঞ্জাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.