• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

8 months ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

43 minutes ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 hour ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

17 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

18 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

19 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

20 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

20 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

21 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

22 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

editor by editor
June 4, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ
0
SHARES
506
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

বিগত বৰ্ষত কলকতা দলক ১০ বছৰৰ পাছত বিজয়ৰ সোৱাদ দিয়া শ্ৰেয়াছে এইবাৰ মাথো ৬ ৰানৰ বাবে খিতাপৰ পৰা বঞ্চিত হয়। পাছে আৰ চি বিৰ হাতত পৰাজিত হ’লেও অনুৰাগীৰ হৃদয় জয় কৰে পাঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছে। লগতে অধিনায়ক হিচাপে নিজৰ আধিপত্য বিস্তাৰ কৰে বহু দৰ্শকৰ হৃদয়ত। যিয়ে এতিয়া সপোন দেখিবলৈ বাধ্য কৰাইছে ভাৰতীয় অনুৰাগীক।

ভাৰতীয় জাতীয় দলৰ ভৱিষ্যতৰ সুদক্ষ অধিনায়ক হোৱাৰ সুযোগ্য শ্ৰেয়াছ। এতিয়া সকলোফালে এয়াই প্ৰকাশ পাইছে, লগতে বহুতেই কবলৈ ধৰিছে শ্ৰেয়াছৰ ওচৰতেই আছে ভৱিষ্যতে ভাৰতীয় দলৰ এগৰাকী সুযোগ্য অধিনায়ক হোৱাৰ সকলো গুণ।

যিয়ে কেৱল আই পি এলতেই নিদৰ দক্ষতা প্ৰকাশ কৰা নাই, ৰঞ্জী ট্ৰফীটো দেখুৱাইছে অধিনায়ক হিচাপে আধিপত্য। যতেই অধিনায়কৰ দায়িত্ব লাভ কৰিছে, তাতেই সফল হৈছে। অৱশ্যে এইবাৰ বিফল হয়, কিন্তু তথাপি শ্ৰেয়াছ যে এগৰাকী সুদক্ষ অধিনায়ক তাৰ প্ৰমাণ দি যায়।

শ্ৰেয়াছৰ অধিনায়ত্বত প্ৰকাশ পায় ধোনী-বিৰাট-ৰোহিতৰ প্ৰতিচ্ছবি। মঙলবাৰে আই পি এলৰ ফাইনেলত বেংগালুৰুৰ হাতত ৬ ৰানত পৰাস্ত হোৱাৰ পাছতো আয়াৰৰ আত্মবিশ্বাস কমি যোৱাৰ কোনো লক্ষণ দেখা হোৱা নাছিল। আয়াৰৰ অধিনায়কত্বত মহেন্দ্ৰ সিং ধোনীৰ বিচক্ষণতাৰ সৈতে সংযম, বিৰাট কোহলীৰ আগ্ৰাসী মনোভাৱৰ মিশ্ৰণ আৰু ৰোহিত শৰ্মাৰ দৰে ‘বিন্দাস’ ভাৱ ফুটি উঠিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Future CaptainiplIPL CaptainShreyas Iyer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
Next Post
ভাৰতত প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সাজু ষ্টাৰলিংক, কিন্তু তাৰ পূৰ্বে জানি লওক ২টা বিশেষ কথা

ভাৰতত প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সাজু ষ্টাৰলিংক, কিন্তু তাৰ পূৰ্বে জানি লওক ২টা বিশেষ কথা

কেনে আছে দীপিকা, ১৪ ঘণ্টা ধৰি কেঞ্চাৰৰ চাৰ্জাৰী

কেনে আছে দীপিকা, ১৪ ঘণ্টা ধৰি কেঞ্চাৰৰ চাৰ্জাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.