• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰু মাত্ৰ ৩দিন…! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

আৰু মাত্ৰ ৩দিন…! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

1 year ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

22 seconds ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

26 minutes ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

2 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

2 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

3 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

4 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

5 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

6 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

8 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰু মাত্ৰ ৩দিন…! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

আৰু মাত্ৰ ৩দিন...! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

editor by editor
June 7, 2025
in জীৱনশৈলী, লেখা
0
আৰু মাত্ৰ ৩দিন…! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মঙলবাৰ ১০ জুন জেঠ মাহৰ শেষ মঙলবাৰ৷ এই দিনটোত হনুমান পুৰাতন ৰূপৰ পূজা কৰা হয় সেয়ে এই মঙলবাৰৰ বিশেষ গুৰুত্ব আছে৷ পৌৰাণিক বিশ্বাস অনুসৰি এই মঙলবাৰে উপবাসে থাকিলে হনুমানৰ বিশেষ আশীৰ্বাদ লাভ সম্ভৱ৷ লগতে সকলো সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সমস্ত ৰাশিৰ মাজত এনে কিছু ৰাশি আছে যাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ সৰ্বদা থাকে৷ জানি থওক কোন কোন ৰাশিৰ ওপৰত হনুমানৰ আশীৰ্বাদ সদায়ে থাকে?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি মঙল গ্ৰহ আৰু মঙলবাৰে হনুমান আৰু মঙলৰ পূজা কৰাৰ ৰীতি আছে৷ এই ৰাশিৰ জাতকে মঙলবাৰে উপবাসে থাকিলে আৰু যথাযথ আচাৰ অনুষ্ঠানৰ মাধ্যমেৰে হনুমানৰ পূজা কৰিব পাৰে৷ এনে কৰিলে ৰাশিফলত মঙলৰ অৱস্থান শক্তিশালী হব আৰু সুখ আৰু সৌভাগ্য লাভ হব৷ হনুমানে মেষ ৰাশিৰ জাতকক বুদ্ধিমত্তা আৰু দক্ষতা প্ৰদান কৰে, যাৰ কাৰণে এই ৰাশিৰ জাতকে অৰ্থসহ সমস্ত সমস্যাৰ পৰা মুক্তি পায়৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্যদেৱ৷ আৰু সূৰ্যদেৱো হনুমানৰ গুৰু সেয়ে সিংহ ৰাশিৰ জাতকৰ ওপৰত হনুমানৰ বিশেষ আশীৰ্বাদ আছে৷ হনুমানৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতক জীৱনত  বহু সমস্যা অনায়াসে সমাধান কৰিব পাৰে৷ সিংহ ৰাশিৰ জাতকে যদি সঁচা মনেৰে হনুমানৰ পূজা আৰু উপবাস কৰে তেন্তে তেওঁ জীৱনত প্ৰতিটো ক্ষেত্ৰতে সাফল্য পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিত জাতকৰ ওপৰত হনুমানৰ আশীৰ্বাদ সৰ্বদা থাকে৷ হনুমানৰ আশীৰ্বাদত ভাগ্য সৰ্বদা কন্যা ৰাশিৰ জাতকৰ অনুকূল থাকে, যাৰ কাৰণে তেওঁলোকে সৰ্বদা তেওঁলোকৰ ব্যক্তিগত আৰু পেছাগত জীৱনত অগ্ৰগতি লাভ কৰে৷ হনুমানে কন্যা ৰাশিৰ জাতকৰ তাৎক্ষণিকভাৱে সকলো ডাঙৰ সমস্যা সমাধান কৰে৷ এই ৰাশিৰ কৰ্মজীৱীসকলে অফিচত সৰ্বদা এক উজ্জ্বল নক্ষত্ৰ হৈ উজলি থাকে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ অধিপতি মঙল আৰু মঙলৰ অধিপতি হনুমান৷ সেয়ে বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সৰ্বদা হনুমানৰ আশীৰ্বাদ থাকে৷ হনুমানৰ আশীৰ্বাদত বৃশ্চিক ৰাশিৰ জাতকে সকলো কঠিন কামো সহজেই কৰিব পাৰে আৰু তেওঁলোকৰ মাজত সাহসৰ অভাৱ নাথাকে৷ তেওঁলোকে নিজৰ সমস্ত দায়িত্ব সুকলমে পালন কৰে৷ হনুমানৰ উপাসনা কৰিলে বৃশ্চিক ৰাশিৰ জাতকৰ সুখ আৰু সৌভাগ্য বৃদ্ধি পায়৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিও হনুমানৰ প্ৰিয় ৰাশিসমূহৰ মাজত এটা৷ কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ আৰু শনিদেৱে কেতিয়াও হনুমানৰ ভক্তসকলক কষ্ট নিদিয়ে৷ হনুমানে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত সহজেই সন্তুষ্ট হয় আৰু তেওঁলোকৰ সমস্ত সমস্যা দূৰ কৰে৷ হনুমানে ব্যক্তিগত আৰু পেছাগত জীৱনত অহা সকলো সমস্যা দূৰ কৰে কুম্ভ ৰাশিৰ ওপৰত৷ যদি প্ৰতি মঙলবাৰে কুম্ভ ৰাশিৰ জাতকে উপবাসে থাকে তেন্তে হনুমানে তেওঁৰ সমস্ত সমস্যা দূৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
Next Post
ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.