• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

1 year ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

24 seconds ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

38 minutes ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

2 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

3 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

3 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

4 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

4 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

5 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

5 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

6 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

7 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?

editor by editor
June 7, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ছিমলা ফুৰিবলৈ গৈ অসুস্থ ছোনিয়া গান্ধী, ততাতৈয়াকৈ ভৰ্তি হাস্পতালত, কি হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ?
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসুস্থ হৈ পৰিছে ছোনিয়া গান্ধী৷ ছিমলা ভ্ৰমণলৈ যোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকী৷ তাৎক্ষণিকভাৱে তেওঁক ছিমলাৰ ইন্দিৰা গান্ধী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ তাতেই তেওঁৰ শাৰীৰিক পৰীক্ষানিৰীক্ষা চলি আছে৷ ইতিমধ্যে MRI ও কৰোৱা হৈছে৷

কিছুদিন ধৰি অসুস্থ হৈ স্বাস্থ্য কিছু সুস্থ হোৱাৰ পাছতেই ছিমলালৈ গৈছিল ছোনিয়া গান্ধী৷ দুবাৰকৈ তেওঁ কভিডতো আক্ৰান্ত হৈছিল৷ কভিডৰ পৰা উঠাৰ পাছতেই নানান শাৰীৰিক জটিলতাত ভূগি আছে কংগ্ৰেছ সভানেত্ৰীগৰাকী৷ সূত্ৰৰ খবৰ অনুসৰি আজি শনিবাৰে আকৌ অসুস্থ হৈ পৰে ছোনিয়া গান্ধী৷ কিন্তু তেওঁৰ কি অসুখ হৈছে বৰ্তমানো জানিব পৰা হোৱা নাই৷ অসুস্থতাৰ বাবে ছিমলাৰ সকলোতকৈ নামী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁক৷ ইতিমধ্যেই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱেও ছোনীয়া গান্ধীক দেখা কৰিবলৈ হাস্পতাললৈ ৰাওনা হৈছে৷

বিগত সোমবাৰে ছিমলালৈ গৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী৷ কন্যা প্ৰিয়ংকা গান্ধীৰ ছিমলাত থকা বাসভৱনলৈ গৈছে তেওঁ৷ মন্দিৰলৈ যোৱাৰ পৰিকল্পনা আছিল কংগ্ৰেছৰ সংসদীয় নেত্ৰী ছোনীয়া গান্ধীৰ৷ কিন্তু হঠাতে তেওঁ অসুস্থ হৈ পৰে৷ কৰ্ণাটকত অনুষ্ঠিত নৱ সত্যাগ্ৰহ বৈঠকত অসুস্থতাৰ বাবেই তেওঁ যোগ দিব নোৱাৰিলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?
জীৱনশৈলী

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

July 20, 2026
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

July 20, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

July 20, 2026
Next Post
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

দৈনিক ৰাশিফল- পৰিঘ যোগৰ লগতে শিৱ যোগ, কেনে যাব আজি দেওবাৰৰ দিনটো

দৈনিক ৰাশিফল- পৰিঘ যোগৰ লগতে শিৱ যোগ, কেনে যাব আজি দেওবাৰৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.